• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গতানুগতিক জীৱনত লাগিল বিৰক্তি: বিৰক্তিৰ অৱসান ঘটাবলৈ দুখনকৈ দোকানত চলালে ডকাইতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2022 7:41 am
Man Robs Two Stores Because He Was ''Bored''
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধন ঘটাৰ বাবে সাধাৰণতে কোনো ব্যক্তিয়ে চুৰি আৰু ডকাইতিৰ পথত ভৰি দিয়ে। নিৰাপত্তাৰ সংশয় থাকিলেও ধন উপাৰ্জনৰ বাবেই এনে বে-আইনী কাৰ্য বাচি লয় বহু লোকে। কিন্তু ফ্ল’ৰিডাৰ এগৰাকী লোকৰ ডকাইতিৰ আঁৰৰ কাৰণ শুনি চকু কপালত উঠিল আৰক্ষীৰ। ডকাইতিৰ উদ্দেশ্য শুনিলে হতভম্ব হ’ব আপুনিও।

দুটাকৈ ডকাইতিৰে চৰ্চালৈ অহা ফ্ল’ৰিডাৰ এই ব্যক্তিগৰাকীৰ নাম নিকোলাছ জাপাটাৰ-লামাড্ৰিড। ৪৫ বৰ্ষীয় লামাড্ৰিডে শেহতীয়াকৈ অৰলেণ্ডোৰ টি ডি বেংক আৰু চাৰ্কল কে গেছ ষ্টেচনত দুদিনৰ ব্যৱধানত দুটাকৈ ডকাইতি কাণ্ড সংঘটিত কৰিছে।

Apply Now

আৰক্ষীয়ে ডকাইতিৰ গোচৰত লামাড্ৰিড জড়িত থকাৰ প্ৰমাণ লাভ কৰাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰে। ডকাইতিৰ সন্দৰ্ভত আৰক্ষীয়ে লামাড্ৰিডেক জেৰা কৰাৰ পাছতে তেওঁৰ পৰা ডকাইতিৰ উদ্দেশ্য শুনি আচৰিত হৈ পৰে।

লামাড্ৰিডে আৰক্ষীক দিয়া ভাষ্য মতে দৈনন্দিন জীৱনত বিৰক্ত হৈয়ে এই ডকাইতি দুটা কৰিছিল। দুয়োটা ডকাইতিতে লামাড্ৰিডে “পুলিচ” বুলি লিখা এটা ক’লা টুপী আৰু এযোৰ ছানগ্লাছ পৰিধান কৰি গৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা ৫ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত লামাড্ৰিডেই টিডি বেংকত প্ৰথমটো ডকাইতি চলায়। ইয়াৰ দুদিন পিছত অৰ্থাৎ ৭ ডিচেম্বৰত প্ৰায় ৭ বজাত চাৰ্কল কেত দ্বিতীয়টো ডকাইতি কৰে লামাড্ৰিডে।

আৰক্ষীৰ মতে, ডকাইতিৰ সময়ত লামাড্ৰিডে নিজৰ হাত পেন্টৰ জেপত ভৰাই ৰাখিছিল। ইয়াৰ পৰা লামাড্ৰিডেৰ হাতত কোনো অস্ত্ৰ থকা বুলি আৰক্ষীয়ে সন্দেহ কৰে।

ডকাইতিৰ প্ৰায় দুই মিনিটৰ পাছত যেতিয়া আৰক্ষী সেই স্থানত উপস্থিত হয়, তেতিয়া লামাড্ৰিডে ডকাইতিৰ হোৱা ধন আৰু হাতত এটা চিগাৰেট লৈ দোকানৰ বাহিৰত থিয় হৈ আছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

আৰক্ষীয়ে লগে লগে লামাড্ৰিডেক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ অৰলেণ্ডো আৰক্ষী বিভাগক ডকাইতিৰ সম্পূৰ্ণ স্বীকাৰোক্তি দিয়ে আৰু তেওঁ বিৰক্ত হোৱাৰ বাবেই এই অপৰাধ সংঘটিত কৰিছে বুলি জানিবলৈ দিয়ে।

বিৰক্তিৰ অৱসান ঘটোৱাৰ এনে আজৱ কায়দা অনুসৰণ কৰি লামাড্ৰিড এতিয়া সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd