• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পুলিৎজাৰ’ৰ মঞ্চত সজল মুহূৰ্ত! মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2022 7:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

profound moment on the Pulitzer-stage আফগানিস্তানত সাংবাদিক হিচাপে কাম কৰি থকা সময়তে তেওঁ নিহত হৈছিল।  এতিয়া তেওঁ সমগ্ৰ বিশ্বৰ এজন পৰিচিত মুখ ৰয়টাৰ্ছৰ ফটো সাংবাদিক ডেনিছ চিদ্দিকী। তেওঁৰ কামৰ স্বীকৃতিস্বৰূপে তেওঁ লাভ কৰিছিল সন্মানীয় পুলিৎজাৰ বঁটা।

কিন্তু তেওঁ এতিয়া এই পৃথিৱীত নাই। সেয়েহে তেওঁৰ দুই কণমানি সন্তান ছয় বছৰীয়া ইউনুছ চিদ্দিকী আৰু চাৰি বছৰীয়া চাৰা চিদ্দিকী বঁটা ল’বলৈ পুলিৎজাৰৰ মঞ্চলৈ আহিছিল।

ৰহিংগীয়াৰ ওপৰত ডকুমেন্টেশ্যনৰ কামত তেওঁৰ অৱদান পাহৰিব নোৱাৰা। দীৰ্ঘদিন ধৰি তেওঁ ৰহিংগীয়াসকলৰ দুখ, বেদনা আৰু কষ্টৰ সাক্ষী হৈ আহিছিল। ইয়াৰ বাবে তেওঁ ২০১৮ চনতো পুলিৎজাৰ বঁটা লাভ কৰিছিল।

তেওঁ কোভিড-১৯ ৰ সময়ছোৱাত বিহাৰলৈও গৈছিল। নিজৰ চকুৰে কেমেৰাৰ লেন্সেৰে তেওঁ কৰোনাৰ মাৰাত্মক ৰূপটো দেখিছিল। পিছত তেওঁ তালিবানৰ আক্ৰমণ আৰু আফগানিস্তান দখলদাৰীৰ ফটো তুলিবলৈ গৈছিল। নিয়তিয়ে যেন  তেওঁক তালৈ টানি নিছিল। তাতেই এটা বৰ্ণাঢ্য জীৱনৰ সমাপ্তি ঘটিল। কিন্তু তেওঁৰ দৰে এজন মানুহৰ জীৱন কেতিয়াও শেষ নহয়।

Yunus, Danish Siddiqui’s 6-yr son stands amongst the 2022 Pulitzer Prize winners.

Danish was part of Reuters' winning entry for Feature Photography.

This brought a tear to my eye – in remembrance of Danish’s brilliance and for his team’s camaraderie. pic.twitter.com/SCD75vU6eW

— Supriya Shrinate (@SupriyaShrinate) October 21, 2022

তেওঁৰ কাম, তেওঁৰ কলা, তেওঁৰ সৃজনশীলতাৰ স্বীকৃতিস্বৰূপে পুলিৎজাৰ কৰ্তৃপক্ষই আকৌ এবাৰ তেওঁক পুলিৎজাৰ ঊঁটাৰে সন্মানিত কৰিবলৈ বাধ্য হৈছিল। আৰু দ্বিতীয়বাৰ সেই পুৰস্কাৰ ল’বলৈ তেওঁৰ দুই কণমানি সন্তান নিউয়ৰ্কৰ মঞ্চত উপস্থিত হৈছিল।

Danish Siddiqui is not among us. But the feeling of their existence is still there. In the middle of the picture is Yunus Siddiqui, son of photojournalist Danish Siddiqui. Yunus reached New York to take his father's #PulitzerPrize. pic.twitter.com/MlhLOkLXYh

— Rajan Chaudhary (@EditorRajan) October 22, 2022

পুত্ৰৰ কামৰ কথা মনত পেলাই ডেনিছৰ দেউতাক আখটাৰ চিদ্দিকীয়ে কয় যে তেওঁৰ পুত্ৰৰ কামক স্বীকৃতি পোৱা দেখি তেওঁ অত্যন্ত সুখী। তেওঁ কয়, “ডেনিছ এতিয়া আমাৰ সৈতে নাই, কিন্তু তেওঁৰ এনে কাম আছে যিয়ে আজিও আমাক গৌৰৱান্বিত আৰু সুখী কৰে। এই বঁটা তেওঁৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু মূল্য-সংযোজিত সাংবাদিকতাৰ কৃতিত্ব।‘’

তেওঁ জানিবলৈ দিয়ে যে ডেনিছে কৰোনা কালত বহুত ভ্ৰমণ কৰিছে। ঘৰত দুটা কণমানি সন্তান আছে। তেওঁলোকৰ সংক্ৰমণৰ ভয় আছিল। কিন্তু তেওঁ একো চিন্তা কৰা নাছিল। তেওঁ দূৰে দূৰে ঘূৰি ফুৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd