• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! খেলিছিল লুকাভাকু; আইচক্ৰীমৰ ফ্ৰীজাৰত উদ্ধাৰ দুটি শিশুৰ নিথৰ দেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2022 8:45 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

279
VIEWS
Share on FacebookShare on Twitter

শিশুৰ অন্যতম প্ৰিয় খেল হ’ল লুকাভাকু। শিশুৱে অত্যন্ত গোপন স্থানত লুকাবলৈ চেষ্টা কৰে যাতে সমনীয়াই সহজতে বিচাৰি উলিয়াব নোৱাৰে।কিন্তু এনেকুৱা স্থানত যদি লুকাই পৰে যিটো কোনেও কেতিয়াও চিন্তাই কৰিব নোৱাৰে!

এনে কাণ্ডৰ বাবে কৰ্ণাটকত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা যাৰ বাবে দুটি শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। লুকাভাকু খেলি থকাৰ সময়ত সমনীয়াসকলক চমক দিবলৈ শিশু দুটিয়ে এটা পৰিত্যক্ত আইচক্ৰীম ফ্ৰীজাৰত সোমাই পৰে।

তাৰপৰা তেওঁলোকে ওলাই আহিব নোৱাৰিলে। ফলত উশাহ বন্ধ হৈ এটি ১২বছৰীয়া আৰু আনটি ৭ বছৰীয়া কন্যা শিশু মৃত্যুমুখত পৰে। স্বাভাৱকিতে এই ঘটনাই অঞ্চলটোৰ সকলোকে শোকস্তব্ধ কৰি তুলিছে।

লগতে পঢ়ক: ডোনাল্ড ট্ৰাম্পৰ ট্ৰুথ ছ’চিয়েলৰ জনপ্ৰিয়তাত উদ্বিগ্ন এলন মাস্ক! কি হ’ব টুইটাৰৰ?

কৰ্ণাটকৰ মাইশোৰ চহৰৰ সমীপৰ মাছাজ নামৰ এখন গাঁৱত বুধবাৰে এই মৰ্মান্তিক ঘটনাটো ঘটে। এই ঘটনাত ১২বছৰীয়া ভাগ্য আৰু ৭বছৰীয়া কাব্য নামৰ কন্যা শিশু দুটিৰ মৃত্যু ঘটিছে।  

আৰক্ষীয়ে জানিবলৈ দিয়া মতে সদায় খেলাৰ দৰে সিদিনাও শিশু দুটিয়ে সমনীয়াৰ সৈতে খেলি আছিল। কিন্তু লুকাভাকু খেলাৰ সময়ত সমনীয়াসকলক চমক দিবলৈ পথৰ কাষৰ এটা পৰিত্যক্ত আইচক্ৰীম গাড়ীৰ ফ্ৰীজাৰত ভাগ্য আৰু কাব্য  সোমাই পৰে। ভিতৰৰ পৰা তেওঁলোকে ফ্ৰীজাৰৰ ঢাকনিখনো বন্ধ কৰি দিয়ে।

ইয়াতেই বিপদ আহি পৰে শিশু দুটিৰ। স্বাভাৱিকভাৱে ঢাকনিখন বন্ধ হৈ পৰে। একমাত্ৰ বাহিৰৰ পৰাহে যে সেয়া খোলা সম্ভৱ সেইকথা তেওঁলোকে জনা নাছিল। কিছুসময় পিছতেই উশাহ বন্ধ হৈ মৃত্যু হয় শিশু দুটিৰ।

লগতে পঢ়ক:প্ৰেমিকৰ তেজ শুহি খোৱা হলিউদৰ অভিনেত্ৰী; নিজেই দিলে এই ভয়ংকৰ অভ্যাসৰ স্বীকাৰোক্তি!

কন্যা শিশু দুটি বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে। তেওঁলোকৰ সমনীয়াৰ সৈতে কথা পাতি তেওঁলোকে জানিব পাৰে যে তেওঁলোকে সকলোৱে মিলি লুকাভাকু খেলিছিল। কিন্তু এটা সময়ত ভাগ্য আৰু কাব্যক তেওঁলোকে বিচাৰি উলিয়াব নোৱাৰিলে।

সমনীয়া শিশুসকলৰ কথাত অভিভাৱকৰ সন্দেহ হয় আৰু পথৰ পৰিত্যক্ত আইচক্ৰীম গাড়ীৰ ফ্ৰীজাৰ খুলিয়েই চকু থৰ হৈ পৰেপৰিয়ালৰ লোকৰ। ভিতৰত দুটি অবোধ শিশুৰ নিথৰ দেহ।

জানিব পৰা মতে আৰক্ষীক এই ঘটনা অৱগত কৰাৰ পূৰ্বেই পৰিয়ালৰ লোকে শিশু দুটিৰ শেষকৃত্য সম্পন্ন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। 

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd