DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেমিকৰ তেজ শুহি খোৱা হলিউদৰ অভিনেত্ৰী; নিজেই দিলে এই ভয়ংকৰ অভ্যাসৰ স্বীকাৰোক্তি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2022 6:50 pm
প্ৰেমিকৰ তেজ শুহি খোৱা হলিউদৰ অভিনেত্ৰী; নিজেই দিলে এই ভয়ংকৰ অভ্যাসৰ স্বীকাৰোক্তি!

মেগান ফক্স আৰু মেচিন গান কেলী।

196
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰী তেওঁ। নিজৰ অপৰূপ সৌন্দৰ্যৰ জ্বলকেৰে বহু পুৰুষৰ নিদ্ৰা হৰণ কৰা এই অভিনেত্ৰীগৰাকী হৈছে মেগান ফক্স। কিন্তু দেখাত মোহময়ী হ’লেও অভিনেত্ৰীগৰাকীৰ আছে এক আজৱ তথা ভয়ংকৰ অভ্যাস। তেওঁ পান কৰে নিজৰ প্ৰেমিকৰ তেজ। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও শেহতীয়াকৈ নিজে তেওঁ এই কথা প্ৰকাশ কৰিছে।

বিনোদনধৰ্মী আলোচনী ‘গ্লেমাৰ’ক দিয়া এটা সাক্ষাৎকাৰত মেগানে কয় যে তেওঁ নিজৰ প্ৰেমিক তথা জনপ্ৰিয় সংগীতশিল্পী মেচিন গান কেলীৰ ৰক্তপান কৰে। আনকি তেওঁৰ প্ৰেমিকেও মেগানৰ ৰক্ত পান কৰে। অৰ্থাৎ প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ ৰক্তপান কৰি আহিছে।

অভিনেত্ৰীগৰাকীৰ এই স্বীকাৰোক্তিৰ পাছতে তুমুল চৰ্চা চলিছে। অৱশ্যে সাক্ষাৎকাৰটোত তেওঁ স্পষ্ট কৰি দিয়ে যে হয়তো তেওঁৰ এই বক্তব্যই ভুল বাৰ্তা প্ৰেৰণ কৰিব। তেওঁলোকে এক প্ৰাচীন পৰম্পৰা অনুযায়ীহে দুয়ো দুয়োৰে কেইটোপালমান ৰক্তপান কৰে। এই ৰক্তপানে তেওঁলোকৰ আত্মাৰ শুদ্ধি কৰে। ইয়াৰ বাহিৰে তেওঁলোকে সুস্থিৰ জীৱন যাপনেই কৰি আহিছে।

উল্লেখযোগ্য যে ২০০৭ চনত “ট্ৰেন্সফৰ্মাছ’’ নামৰ চিনেমাখনেৰে হলিউদত জনপ্ৰিয়তা লাভ কৰা মেগান ফক্স আৰু মেচিন গান কেলীয়ে যোৱা জানুৱাৰী মাহৰ পৰা প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে।

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd