• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Bokakhat, বোকাখাতত সংঘৰ্টিত দুটা পৃথক পথ দুৰ্ঘটনাত নিহত দুজন

উত্তম শইকীয়া by উত্তম শইকীয়া
September 13, 2021 1:34 pm
Bokakhat accident

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Bokakhat , বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত দেওবাৰে নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰটিত হয় ৷

Bokakhat, মাজ নিশা হোৱা এই পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয় ৷

ঘটনাৰ বিৱৰণী মতে AS 03 U 2623 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে গৈ থকা দুজন আৰোহীয়ে মেথনি চাহ বাগিচাৰ সমীপত বিপৰীত দিশৰ পৰা অহা AS 04 AB 1380 নম্বৰৰ আই ১০ গাড়ীখনৰ সৈতে মুখমুখি সংঘৰ্ষত পৰে ৷

ঘটনাত মটৰ চাইকেল আৰোহী ভাৰত ভুষণ ভূঞাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে সুৰ্য হাজৰিকা নামৰ আৰোহীজন গুৰুতৰভাৱে আহত হয় ৷

আহত সুৰ্য হাজৰিকাক ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁ যোৰহাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ঘটনাত নিহত ভাৰত ভুষণ ভূঞাৰ ঘৰ যোৰহাটৰ ঢুলীয়াপাম আৰু সুৰ্য হাজৰিকাৰ ঘৰ বোকাখাতৰ কৈলাখাতত বুলি জানিব পৰা গৈছে ৷

আনহাতে, একে নিশাই নুমলীগড়ত AS 05 P 7641 নম্বৰৰ এখন মটৰ চাইকেল আৰু AS 03 Y 7588 নম্বৰৰ এখন স্ক’ৰপিঅ’ গাড়ীৰ মুখামুখি সংঘৰ্ষত মটৰ চাইকেল আৰোহী এজন যুৱকৰ ঘটনাস্থলীতে ম়ত্যু হয় ৷

Also read : নাছিল কোনো অন্য ৰোগ! কোভিডে প্ৰাণ কাঢ়িলে NEWS18 ASSAM & NE ৰ ২৭ বছৰীয়া সংবাদকৰ্মীৰ

প্ৰাপ্ত তথ্য মতে মটৰ চাইকেলখনত এজন যুৱক আৰু এগৰাকী মহিলা আৰোহী আছিল ৷ যুৱকজনৰ লগত একেখন মটৰ চাইকেলত অহা মহিলা গৰাকী গুৰুতৰভাৱে আহত হোৱাত প্ৰথমে বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাটলৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাত নিহত যুৱক জনক এতিয়াও চিনাক্ত কৰিব পৰা নাই বোকাখাত আৰক্ষীয়ে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd