• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতৰ মাধ্যমিক পৰীক্ষা-২০১৯ ৰ ফলাফল : কলা শাখাত দুটা স্থান দখলেৰে সাফল্য কৃষ্ণগুৰু কণিষ্ঠ মহাবিদ্যালয়ৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 25, 2019 1:17 pm
WhatsApp Image 2019-05-25 at 12.50.23 PM

শিক্ষাগুৰুৰ সৈতে জগমোহন কলিতা আৰু কৃপাময় দাস

972
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ  পৰীক্ষাৰ ফলাফলত জিলিকি উঠিল বৰপেটা জিলাৰ আধ্যাত্মিক সাধনাৰ কেন্দ্ৰ বিন্দু নসত্ৰৰ কৃষ্ণগুৰু কণিষ্ঠ মহাবিদ্যালয়৷

মহাবিদ্যালয়খনৰ দুই কৃতিমান ক্ৰমে জগমোহন কলিতা আৰু কৃপাময় দাসে ৰাজ্যৰ ভিতৰত পঞ্চম আৰু দশম স্থান লাভ কৰি আধ্যাত্মিক জ্ঞান দিয়া  কৃষ্ণগুৰু কণিষ্ঠ মহাবিদ্যালয়ৰ নাম উজ্বলাবলৈ সক্ষম হয়৷

জগমোহন কলিতাই ৯৪ শতাংশ হাৰেৰে ৪৭০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ  অসমীয়াত ৯৭, ইংৰাজীত ৯৩, তৰ্কত ৯৭, ৰাজনীতি  বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৯৭ আৰু অৰ্থনীতিত ৭০ নম্বৰ লাভ কৰে৷

আনহাতে কৃপাময় দাসে ৯২.৮ শতাংশ হাৰেৰে মুঠ ৪৬৪ নম্বৰ লাভ কৰে। তেওঁ  অসমীয়াত ৯৭, ইংৰাজীত ৮৪ , তৰ্কত ৯৭, শিক্ষাত ৯৭, সমাজ বিজ্ঞানত ৮৯ আৰু অৰ্থনীতিত ৭১ নম্বৰ নম্বৰ লাভ কৰি নাম শিক্ষানুষ্ঠানখনৰ লগতে অঞ্চলটোলৈ নাম সুনাম কঢ়িয়াবলৈ সক্ষম হয়৷

দুয়োগৰাকী মেধাৱী ছাত্ৰই তেওঁলোকৰ সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষাগুৰু সকলৰ অৱদানক প্ৰধান কৃতিত্ব প্ৰদান কৰাৰ লগতে বন্ধু-বান্ধৱৰ সহায়-সহযোগিতাৰ কথাও উল্লেখ কৰে।

ছাত্ৰ দুগৰাকীৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ  ভকতৰ সমূহৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকসকল ৷

Recent News

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd