• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2022 9:21 pm
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাত আজি দিন দুপৰতে আতংকৰ সৃষ্টি কৰে এটা নাহৰফুটুকী বাঘে। বাগিচাত কৰ্মৰত অৱস্থাতে দুগৰাকী মহিলা আহত হয় নাহৰফুটুকীৰ আক্ৰমণত।

আহত মহিলা দুগৰাকীক খোৱাং চাহ বাগিচাৰ শ্ৰমিক অসৃতা কুজুৰ(২৬) আৰু অনিতা তিৰ্কী(২৫) বুলি চিনাক্ত কৰা হৈছে।

বাঘৰ আক্ৰমণত আহত হোৱাৰ পাছতে দুয়োগৰাকী মহিলাক মৰাণৰ চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি বাগিচাত কৰ্মৰত আন শ্ৰমিকসকলে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত এগৰাকী শ্ৰমিকে জানিবলৈ দিয়া মতে, বাঘটো পূৰ্বৰে পৰা চাহ বাগিচাত আশ্ৰয় লৈ থকা বুলি সন্দেহ কৰা হৈছে।

“মহিলা দুগৰাকীয়ে চাহপাত ছিঙি থকা অৱস্থাত চাহ বাগিচাত আশ্ৰয় লৈ থকা নাহৰফুটুকী এটাই তেওঁলোকক আক্ৰমণ কৰে।”— স্থানীয় শ্ৰমিকগৰাকীয়ে কয়।

ঘটনাৰ পাছতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। প্ৰায়ে বাগিচাত আতংকৰ সৃষ্টি কৰা বাঘটোক ফান্দত পেলাবলৈ পিঞ্জৰা স্থাপন কৰিবলৈ বন বিভাগক আহ্বান জনায় স্থানীয় বাসিন্দাসকলে।

উল্লেখ্য যে চাহ বাগিচা অঞ্চলত চাহ শ্ৰমিকৰ ওপৰত নাহৰফুটুকী আক্ৰমণ প্ৰায় নিয়মীয়া ঘটনাত পৰিণত হৈছে। সাধাৰণতে বনাঞ্চলৰ ওচৰত বাগানসমূহৰ অৱস্থিতিৰ বাবে প্ৰায়ে এনে ঘটনা সংঘটিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

August 23, 2025 4:39 pm
ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

August 23, 2025 3:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd