• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী ম্যানমাৰ

ম্যানমাৰত ৰাজদ্ৰোহ-সন্ত্ৰাসবাদৰ অভিযোগত আমেৰিকাৰ সাংবাদিকক আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2021 5:13 pm
Danny Fenster
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক শাসিত ম্যানমাৰত ৰাজদ্ৰোহ আৰু সন্ত্ৰাসবাদক উচতনি দিয়াৰ নতুন অভিযোগত গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে এজন মাৰ্কিন সাংবাদিক।

ফ্ৰণ্টিয়াৰ ম্যানমাৰ নামৰ এটা শীৰ্ষ স্বতন্ত্ৰ বাতৰি কেন্দ্ৰৰ পৰিচালনা সম্পাদক হৈ থকা ৩৭ বছৰীয়া ডেনি ফেনষ্টাৰক মে’ মাহত য়াংগনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেশৰ বাহিৰলৈ উৰা মাৰিবলৈ চেষ্টা কৰাৰ সময়ত আটক কৰা হৈছিল।

আজি তেওঁৰ ওপৰত নতুনকৈ ৰাজদ্ৰোহ আৰু সন্ত্ৰাসবাদক উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে।

ফেনষ্টাৰৰ ওপৰত নতুনকৈ কি অভিযোগ আৰোপ কৰা হৈছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাছিল। ফেনষ্টাৰৰ অধিবক্তা থান জাও অঙে পিছত ফেনষ্টাৰৰ ওপৰত আৰোপিত অভিযোগৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। লগতে তেওঁ ফেনষ্টাৰৰ মুক্তিৰ ক্ষেত্ৰত আমেৰিক যুক্তৰাষ্ট্ৰৰ ব্যৰ্থতাও উদঙাই দিয়ে।

নতুন অভিযোগত যদি ফেনষ্টাৰ দোষী সাব্যস্ত হয়, তেন্তে তেওঁক সন্ত্ৰাসবাদ আইনৰ অধীনত ২০ বছৰ লৈকে আৰু ৰাজদ্ৰোহৰ বাবে ২০ বছৰলৈকে কাৰাবাস হ’ব পাৰে।

“তেওঁলোকে কিয় অধিক অভিযোগ সংযোগ কৰিছে সেই বিষয়ে আমাৰ কোনো ধাৰণা নাই, কিন্তু এইয়া নিশ্চিতভাৱে সঠিক নহয়।”- অধিবক্তা থান জাও অঙে কয়।

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই ফেনষ্টাৰৰ মুক্তিৰ বাবে প্ৰচেষ্টা চলাইছে। উল্লেখ্য যে ফেনষ্টাৰৰ ওপৰত প্ৰথমতে ঔপনিৱেশিক যুগৰ বেআইনী সম্পৰ্ক আইনৰ উচতনি আৰু উলংঘনৰ অভিযোগ আৰোপ কৰা হৈছিল। তেওঁক য়াংগনৰ ইনছেইন কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

ম্যানমাৰ কৰ্তৃপক্ষই শেহতীয়াকৈ জান্তা বিৰোধী প্ৰতিবাদৰ বাবে আটক কৰা বহু অভিযুক্তৰ লগতে ফেনষ্টাৰৰ মুক্তিৰ আবেদন ন্যসাৎ কৰিছিল। আটকাধীন ব্যক্তি সকলৰ মাজত কেইবাজনো সংবাদ মাধ্যমৰ কৰ্মী আছে।

ম্যানমাৰৰ সামৰিক বাহিনীয়ে সংবাদ মাধ্যমৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে, ইণ্টাৰনেট আৰু উপগ্ৰহ সম্প্ৰচাৰৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিছে আৰু ১ ফেব্ৰুৱাৰীৰ গণ অভ্যুত্থানৰ পিছত বহু সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। সামৰিক বাহিনীৰ এই কাৰ্যক মানৱ অধিকাৰ সংস্থা সমূহে সত্যৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm
ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd