• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰি বন বিভাগৰ দ্বাৰা দুগৰাকী বিদেশী ভুৱা বন্যপ্ৰাণী কৰ্মীক বহিষ্কাৰ

চাজিদ খান by চাজিদ খান
November 24, 2018 3:15 pm
f-2-750x375
579
VIEWS
Share on FacebookShare on Twitter

নেছাৰ এণ্ড ৱাইল্ডলাইফ এছোচিয়েশ্যন নামৰ (NWA) এটা ভুৱা সংস্থাৰ দুগৰাকী কৰ্মীক ওদালগুৰিৰ পৰা বাহিৰ কৰি দিছে।এজন হৈছে জাৰ্মান নাগৰিক এণ্ডি মাৰ্ক আৰু আনগৰাকী হৈছে ফৰাছি নাগৰিক ননি মণ্ট্ৰিউল ওৰফে লিলিয়ানি ফ’ড। দুয়োগৰাকীয়ে যোৱা বছৰ নগাঁও আৰু কাৰ্বি আংলঙতো কাম কৰিছিল।

উল্লেখ্য যে বন বিভাগ আৰু স্থানীয় ৰাইজে দুয়োগৰাকী ভুৱা বন্যপ্ৰাণী কৰ্মীক পানেৰি পৰিদৰ্শন বঙলাত উষ্ম আদৰণি জনাইছিল। দুয়োগৰাকীয়ে ওডালগুৰিত হাতী-মানুহৰ সংঘাত লাঘৱ কৰাৰ বিষয়ত কাম কৰাৰ বাবে আহিছে বুলি জহাইছিল। তেওঁলোকে আনকি ননৈ ফৰেষ্ট ৰেঞ্জত আয়োজন কৰা এখন চৰকাৰী সজাগতামূলক সভাতো অংশগ্ৰহণ কৰিছিল।

এণ্ডি মাৰ্ক আৰু ননি মণ্ট্ৰিউলে গ্ৰিন গাৰ্ড নামৰ আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী গোট সহযোগত নগাঁও আৰু কাৰ্বি আংলঙতো কাম কৰিছিল।

ওদালগুৰিলৈ এই বিদেশী নাগৰিক দুগৰাকী অহাৰ বাৰ্তা পাই গ্ৰিন গাৰ্ডে এটা বিবৃতিৰ জৰিয়তে জনাইছিল যে তেওঁলোকে গ্ৰিন গাৰ্ডে কাৰ্বি আংলং পাহাৰৰ নিকটৱৰ্তী গাঁওসমূহ আৰু নগাঁওত সম্পন্ন কৰা ‘লাইট ফ’ৰ লাইফ, ফুড টু লিভ’ নামৰ প্ৰকল্প এটাত কাম কৰিছিল।

দুয়োগৰাকীয়ে নিজৰ কাম-কাজ সম্পৰ্কে বিভিন্ন দবী কৰিছিল যদিও তেওঁলোক ধৰা পৰি যায়। গ্ৰিন লাইটে জনোৱা মতে এই ব্যক্তিদুজনে যোগান দৰা কেমেৰা ট্ৰেপ আৰু লাইটসমূহ অতি নিম্নমানৰ আছিল আৰু সেইবোৰ কিছুদিনৰ পাছতেই নষ্ট হৈ গৈছিল। যাৰ বাবে গঞাৰ মাজত গ্ৰিন গাৰ্ডৰ বিশ্বাসযোগ্যতা হেৰাই গৈছিল।

আনহাতে, গ্ৰিন গাৰ্ডৰ চিইঅ’ ৰাজ ফুকনে জনাইছে যে তেওঁ আৰু তেওঁৰ সহযোগী দুলু বৰাই যোৱা বছৰ থাইলেণঅড ভ্ৰমণ কৰাৰ সময়ত এই বিদেশী ব্যক্তিদুগৰাকীৰ আচল চৰিত্ৰ জানিব পাৰে।

তেওঁ আৰু জনায় যে ‘নেছাৰ এণ্ড ৱাইল্ডলাইফ এছোচিয়েশ্যন’ নামৰ সংগঠনটৰ থাইলেণ্ডত কোনো ভূমিকা নাই আৰু সংগঠনটো এই ব্যক্তি দুগৰাকীৰ। উক্ত ব্যক্তিদুগৰাকীয়ে থাইলেণ্ড বন বিষয়াসকলৰ সৈতে উঠা ফটো ফেচবুকত আপলোড কৰি নিজৰ বুলি চলাই আছিল আৰু মানুহৰ পৰা পুঁজি সংগ্ৰহ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে বিদেশী লোক দুগৰাকীৰ বন্যপ্ৰাণী বিষয়ক সম্যক ধাৰণা নাই বুলিও গ্ৰিন গাৰ্ডে জনায়। তেওঁলোকৰ সকলো পৰিচয়পত্ৰ ভুৱা বুলিও দাবী কৰে গ্ৰিন গাৰ্ডে।

তেওঁৰ লোকে স্থানীয় সংস্থাসমূহৰ সৈতে বন্ধুত্ব পাতি লাইট আদি কিছুমান আহিলাপাতি যোগান ধৰে আৰু সেইবোৰ নেছাৰ এণ্ড ৱাইল্ডলাইফ এছোচিয়েশ্যনৰ নামত পোষ্ট কৰে। এইদৰে স্থানীয় সংস্থাসমূহক ব্যৱহাৰ কৰি তেওঁলোকে সকলো কৃতিত্ব লৈ পুঁজি সংগ্ৰহ কৰে।

কাৰ্বি আংলঙৰ পিচিচিএফ ড০ অভিজিৎ ৰাবায়ো নেছাৰ এণ্ড ৱাইল্ডলাইফ এছোচিয়েশ্যনৰ প্ৰতি থকা অভিযোগ নিশ্চিত কৰিছে। তাৰ পাছত ওদালগুৰি বন বিভাগে এণ্ডি মাৰ্ক আৰু ননি মণ্ট্ৰিউল ওৰফে লিলিয়ানি ফ’ডক পানেৰিৰ বন বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা বাহিৰ কৰি দিয়ে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd