• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধৰ পাৰ্শ্বক্ৰিয়া! ক্ষত-বিক্ষত হাত-মুখ; যুদ্ধবন্দী সেনাৰ ফটো দেখি শিঁয়ৰি উঠিছে বিশ্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2022 11:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ukraine releases shocking before and after images of a soldier ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ সৰৱ বিশ্ব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনকে ধৰি কেইবাখনো পশ্চিমীয়া দেশে যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ স্থিতিক তীব্ৰ গৰিহণা দিছে। শেহতীয়াকৈ ৰাছিয়াৰ বন্দীত্বৰ পৰা সাৰি যোৱা ইউক্ৰেইনৰ এজন সৈনিকৰ এখন কৰুণ ছবি ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইটাৰত ইউক্ৰেইনৰ সৈনিক মিখাইলো দিয়ানোভৰ এখন ফটো শ্বেয়াৰ কৰিছে। সেই পোষ্টটোত তেওঁক ভাগ্যৱান বুলিও কোৱা হৈছে।

লগতে পঢ়ক: কমলা হেৰিছে ভ্ৰমণ সমাপ্ত কৰি গুচি যোৱাৰ পিছতেই ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ

ছবিখনত তেওঁৰ মুখ আৰু সোঁ হাতত একাধিক আঘাতৰ চিহ্ন আছে। ছবিখনৰ কেপশ্যনত লিখা হৈছে, “মিখাইলো দিয়ানোভ সৌভাগ্যৱানসকলৰ মাজৰ এজন! তেওঁ ৰাছিয়াৰ বন্দীত্বৰ পৰা সাৰি উভতিছে”।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মিখাইলো দিয়ানোভক কিয়েভ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ আঘাত গুৰুতৰ।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন উপদেষ্টা এণ্টন গেৰাছেঙ্কোৱে কৈছে যে তেওঁ এখন হাতৰ চাৰি চেণ্টিমিটাৰ হাড় ভাঙিছিল। চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ জৰিয়তে তেওঁক আৰোগ্য কৰাৰ প্ৰচেষ্টা চলি আছে।

লগতে পঢ়ক: Encounter Breaks Out in J&K: পুনৰ উপত্যকাত উত্তেজনা; তুমুল সংঘৰ্ষত কঁপি উঠিল শ্বোপিয়ান

কিয়েভ ইণ্ডিপেণ্ডেণ্ট নিউজ আউটলেটৰ মতে ইউক্ৰেইনৰ আজভ ৰেজিমেণ্টৰ সদস্য মিখাইলো দিয়ানোভক ২১ ছেপ্টেম্বৰত মুকলি কৰা হয়। তেওঁক আন ২১৫ জন বন্দীৰ সৈতে মুক্তি দিয়া হয়।

এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে এনে বহুতো ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে যিবোৰে হৃদয় কঁপাই তুলিছে। কিন্তু ইউক্ৰেইনৰ সেনাৰ এই ছবিখনে আগৰ সকলোকে চেৰ পেলাই ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে।

https://twitter.com/DefenceU/status/1573346176396664833?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1573346176396664833%7Ctwgr%5E8dae2ac33acd6a80e52d3ea6bdc03a89a324266a%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Fworld-news%2Fukraine-releases-shocking-before-and-after-pictures-of-soldier-captured-by-russians-3380445

দাবী কৰা হৈছে যে ইউক্ৰেইনৰ এই সৈনিকজনক ৰাছিয়াৰ সৈন্যই বন্দী কৰিছিল। তেওঁৰ ওপৰত ইমান অত্যাচাৰ কৰা হৈছিল যে এতিয়া এই সেনা জোৱানজনে আইনাৰ সন্মুখত থিয় হৈ নিজকে চিনাক্ত কৰিব পৰা নাই।

The first photo show Mykhailo Dianov during the epic battle in AzovStal plant. You can see on the second photo how he looks like after release from Russian captivity. I’ll remind that 3 Geneve convention oblige Russia to provide medical assistance and ensure human attitude to POW pic.twitter.com/Jt90fsRGBQ

— Oleksandra Matviichuk (@avalaina) September 23, 2022

মাত্ৰ পাঁচ মাহতে তেওঁৰ এই অৱস্থা হৈছিল বুলিও দাবী কৰা হৈছে। ইউক্ৰেইনৰ সেনাৰ এই ছবিখন দেখি মানুহ আৱেগ বিহ্বল হৈ পৰিছে। তেওঁলোকে ৰাছিয়ান সেনাৰ প্ৰতি তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd