• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: বেলাৰুছত তৃতীয় পৰ্যায়ৰ আলোচনা সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2022 8:24 am
Russia-Ukraine war
230
VIEWS
Share on FacebookShare on Twitter

প্ৰথম দুই পৰ্যায়ৰ আলোচনাৰ বিফলতাৰ পিছত সোমবাৰে নিশা পুনৰ আলোচনাত মিলিত হয় ইউক্ৰেইন আৰু ৰাছিয়া। কিন্তু ফলাফলবিহীন ভাৱেই বেলাৰুছত তৃতীয় পৰ্যায়ৰ আলোচনাৰ অন্ত পৰে।

অৱশ্যে আলোচনাত কিয়েভক প্ৰতিনিধিত্ব কৰা এজন বিষয়ববীয়াই আলোচনা কিয়েভৰ বাবে ইতিবাচক আছিল বুলি মন্তব্য কৰিছে।

আনহাতে ৰাছিয়াৰ এজন প্ৰতিনিধিয়ে তৃতীয় পৰ্যায়ৰ আলোচনাই মস্কোৰ প্ৰত্যাশা পূৰণ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

তৃতীয় পৰ্যায়ৰ আলোচনাত ইউক্ৰেইনৰ চহৰসমূহৰ পৰা সাধাৰণ নাগৰিকৰ স্থানান্তৰৰ বাবে মানৱীয় কৰিডৰ মুকলি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

বৈঠকৰ পিছত ৰাছিয়াৰ প্ৰতিনিধি দলৰ মুৰব্বী ভ্লাদিমিৰ মেডিনস্কিয়ে কয়, “আলোচনাৰ পৰা আমাৰ প্ৰত্যাশা পূৰণ হোৱা নাছিল। আমি আশা কৰোঁ যে পৰৱৰ্তী সময়ত আমি অধিক গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ সক্ষম হ’ম।”

অৱশ্যে কিয়েভৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা মিখাইলো পোডোলিয়াকে আলোচনাত ইউক্ৰেইনৰ সপক্ষে কিছু অগ্ৰগতি হোৱাৰ ইংগিত দি টুইট কৰি কয়, “মানৱীয় কৰিডৰ সন্দৰ্ভত আমি কিছু ইতিবাচক ফলাফল লাভ কৰিছো।”

উল্লেখ্য যে পূৰ্বৰ দুইবাৰৰ আলোচনাৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে এক চুক্তিত উপনীত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

আনহাতে ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধবিৰতিৰ লগতে ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য বাহিনী প্ৰত্যাহাৰ দাবী কৰিছিল।

লগতে সাধাৰণ নাগৰিকৰ ওপৰত ৰাছিয়াক বোমাবৰ্ষণ বন্ধ কৰিবলৈ দাবী জনাইছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd