• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিলে আলফাইঃ সকলো যুক্তিসংগত দাবী পূৰণৰ আশ্বাস অমিত শ্বাহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2023 6:08 pm
ULFA
410
VIEWS
Share on FacebookShare on Twitter

বহু চৰ্চাৰ অৱশেষত আজি দিল্লীত কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিলে আলফাৰ আলোচনাপন্থী গোটে। কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰে।

জানিব পৰা মতে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ১০২টা খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান, ছয়টা খিলঞ্জীয়া জনজাতিক এছ টি মৰ্যাদা প্ৰদান, অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা, শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত খিলঞ্জীয়াৰ বাবে ৮৮ শতাংশ আসন সংৰক্ষণ প্ৰদান ইত্যাদি দাবীয়ে এই চুক্তিত স্থান পাইছে।

এই চুক্তি স্বাক্ষৰ সন্দৰ্ভত দিল্লীত সাংবাদিকৰ আগত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আলফাৰ সকলো যুক্তিসংগত দাবী নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰণ কৰা হ’ব বুলি কেন্দ্ৰই নিশ্চিত কৰিব আৰু সংগঠন হিচাপে আলফাক চুক্তি অনুসৰি ভংগ কৰা হ’ব।

উত্তৰ-পূবত শান্তি আৰু স্থিতিশীলতা অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব প্ৰদান কৰিছে শ্বাহে। শান্তি প্ৰক্ৰিয়াৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰৰ ওপৰত আলফাৰ আস্থাক সন্মান জনোৱা হ’ব বুলি আলফা নেতৃত্বক আশ্বাস প্ৰদান কৰে গৃ্হমন্ত্ৰী শ্বাহে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সৈতে হোৱা শান্তি চুক্তিয়ে ৰাজ্যত বিদ্ৰোহৰ সমস্যা বহু পৰিমাণে সমাধান কৰিব বুলি মন্তব্য কৰে। অৱশ্যে চুক্তি সন্দৰ্ভত বিতং তথ্য এইপৰ্যন্ত প্ৰকাশ কৰা নাই কোনো এটা পক্ষই।

ইফালে আলফাৰ আলোচনাপন্থী গোটে চুক্তি স্বাক্ষৰ কৰিলেও পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) এতিয়াও আলোচনাৰ মেজলৈ অহা নাই।

Recent News

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd