• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৩ বছৰ পাছতো পাঠ্যক্ৰম আৰম্ভ নহ’ল পাঠশালা আই টি আইত; ক্ষুভিত দল-সংগঠন

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 15, 2019 11:33 am
Pathsala ITI

ফটো : নৰ্থ-ইষ্ট নাও

368
VIEWS
Share on FacebookShare on Twitter

উন্নতমানৰ কাৰিকৰী শিক্ষা প্ৰদানৰ উদ্দেশ্যে বৰপেটা জিলাৰ পাঠশালাত স্থাপন কৰা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান (আই টি আই)ত আজি পৰ্যন্ত পাঠ্যক্ৰম আৰম্ভ নোহোৱাত এতিয়া ক্ষুভিত হৈ পৰিছে অঞ্চলটোৰ ছাত্ৰসমাজৰ লগতে সচেতন মহল।

প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতো কিয় আজি পৰ্যন্ত পাঠশালাবাসীৰ বহু প্ৰত্যাশিত প্ৰতিষ্ঠানখন মুকলি কৰা হোৱা নাই এই বিষয়ে উত্তৰ দিয়াত ব্যৰ্থ বিভাগীয় কৰ্তৃপক্ষ।

উল্লেখ্য যে ২০১৬ৰ ৩১ মাৰ্চত তেতিয়াৰ জনস্বাস্থ্য কাৰিকৰী আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰী শুকুৰ আলীয়ে প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। কিন্তু মুকলি হোৱাৰ তিনি বছৰ উকলি যোৱাৰ পাছতো আজিলৈ প্ৰতিষ্ঠানখনত পাঠ্যক্ৰম আৰম্ভ নোহোৱাত এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

বহু ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰতিষ্ঠানখনত এই পৰ্যন্ত এজন চকীদাৰৰ বাহিৰে কোনো এজন লোককে নিয়ুক্তি প্ৰদান কৰা নাই। তদুপৰি বিদ্যু সংযোগৰো ব্যৱস্থা হৈ উঠা নাই।

মন কৰিবলগীয়া যে শিক্ষা নগৰী পাঠশালাত এই প্ৰতিষ্ঠানখন নিৰ্মাণ হ’ব বুলি খবৰ লাভ কৰাৰ পাছৰে পৰা অঞ্চলটোৰ সচেতন মহলৰ লগতে অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছিল কিন্তু বিভাগীয় কৰ্তৃপক্ষই দেখুওৱা হেমাহিৰ বাবে এতিয়া সেই উৎসাহ কিছু পৰিমানে ম্লান পৰা পৰিলক্ষিত হৈছে।

প্ৰতিষ্ঠানখনত শীঘ্ৰে পাঠ্যক্ৰম মুকলি কৰাৰ বাবে পাঠশালাৰ বিভিন্ন দল-সংগঠনে দাবী কৰি অহাৰ পাছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত এতিয়া পুনৰ সেই একে দাবী উত্থাপন কৰিছে পাঠশালা বজাৰ কমিতিয়ে।

বজাৰ কমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু সম্পাদক জীতেন তালুকদাৰে অতি শীঘ্ৰে প্ৰতিষ্ঠানখনত পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।

Recent News

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd