• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহু মঞ্চত দুৰ্ভাগ্যজনক ঘটনা! মঞ্চৰ পৰা শিল্পী দিগন্ত ভাৰতীক নমাই দিলে সমিতিৰ বিষয়ববীয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2025 3:18 pm
বিহু মঞ্চত দুৰ্ভাগ্যজনক ঘটনা! মঞ্চৰ পৰা শিল্পী দিগন্ত ভাৰতীক নমাই দিলে সমিতিৰ বিষয়ববীয়াই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালী বিহুৰ উছাহৰ মাজতে চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত ঘটিল চৰম দুৰ্ভাগ্যজনক ঘটনা। পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক।

শিল্পী দিগন্ত ভাৰতীক মঞ্চৰ পৰা জোৰকৈ নমাই আনিলে পূব গুৱাহাটী বিহু সন্মিলন সমিতিৰ বিষয়ববীয়াই।

পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই সুৰামত্ত অৱস্থাত অপমান কৰাৰ অভিযোগ।

উল্লেখ্য যে, বুধবাৰে পূব গুৱাহাটী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ভাস্বতী ভাৰতী। কণ্ঠশিল্পী তথা পত্নী ভাস্বতী ভৰালীৰ অনুষ্ঠান চাবলৈ দৰ্শকৰ আসনত বহি আছিল দিগন্ত ভাৰতী।

কিন্তু তেতিয়া পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ একাংশ বিষয়ববীয়াই কণ্ঠশিল্পীগৰাকীক জোৰ কৰি মঞ্চত গীত গাবলৈ আমন্ত্ৰণ জনাইছিল। বহুবাৰ মঞ্চত গীত পৰিৱেশন নকৰো বুলি কোৱাৰ পাছতো জোৰকৈ মঞ্চলৈ মাতি নিছিল দিগন্ত ভাৰতীক।

মঞ্চত উঠাৰ পাছত পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়াই সম্বৰ্ধনাও জনাইছিল শিল্পীগৰাকীক। ৰাইজ আৰু উপস্থিত সমিতি বিষয়ববীয়াৰ অনুৰোধত এটি গীতো গুণগুণাইছিল শিল্পীগৰাকীয়ে।

কিন্তু অনুষ্ঠান চলি থকাৰ মাজতে মঞ্চত আবিৰ্ভাৱ হ’ল সীমান্ত ঠাকুৰীয়াসহ আন দুজন বিষয়ববীয়া।যি কেইজনে গীত গাই থকাৰ অৱস্থাতে দিগন্ত ভাৰতীৰ পৰা কাঢ়ি ল’লে মাইক্ৰ’ফোন।

সমিতিৰ বিষয়ববীয়াৰ মতে ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবেই টনা-আঁজোৰা কৰি মঞ্চৰ পৰা নমাই লৈ গ’ল শিল্পী দিগন্ত ভাৰতীক।

সীমান্ত ঠাকুৰীয়াসহ পূব গুৱাহাটী বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াই সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে দিগন্ত ভাৰতীৰ পত্নী তথা কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

August 19, 2025 8:43 am
‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

August 19, 2025 7:57 am
চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

August 19, 2025 6:30 am
নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

August 19, 2025 8:43 am
‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

August 19, 2025 7:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd