• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাসুগাঁৱত উত্তেজনা : আছুৰ চহিদ বেদী আৰু ফলকত দুৰ্বৃত্তই সানিলে কলা ৰং

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2019 1:15 pm
Untitled

বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ৰ চহিদ বেদী আৰু ফলকত দেওবাৰে নিশা দুৰ্বৃত্তই সানিলে কলা ৰং।

1k
VIEWS
Share on FacebookShare on Twitter

চিৰাং জিলাৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত থকা আছুৰ চহিদ বেদী আৰু ফলকত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই কলা ৰং সনাৰ ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে আছুৰ কাৰ্যালয়ত এইদৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে।

বৰ্তমানো বাসুগাঁও চহৰত এই ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰি আছে। বাসুগাঁও আঞ্চলিক ছা্ত্ৰ সন্থাই এই ঘটনাক গৰিহনা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে।

বাসুগাঁও আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰু শীঘ্ৰেই ঘটনাত জড়িত দোষীক বিচাৰি উলিয়াব বুলি সদৰী কৰিছে।

আনহাতে, জিলা প্ৰশাসনে সকলো পক্ষকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে ২০১৭ চনত নিখিল ভাৰত বেংগলী উদ্বাস্তু সমন্বয় সমিতি (নিব্বাছ) নামৰ সংগঠনটোৰ কৰ্মীয়ে ধেমাজি জিলাৰ চিলাপথাৰৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰি লণ্ডভণ্ড কৰিছিল।

আৰক্ষীয়ে নিব্বাছৰ নেতা সুবোধ বিশ্বাসকে ধৰি কেইবাজনো নেতাক গ্ৰেপ্তাৰ কৰিছিল আৰু প্ৰায় দুবছৰ ধৰি কাৰাবাসত খটাৰ পাছত মুকলি কৰি দিয়া হয়।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd