• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ শুৱালকুছিত ইউনিফৰ্ম কেলেংকাৰী: কাপোৰ নহয় যেন কাগজৰ টুকুৰাহে!

মৃদুল প্ৰীতম ডেকা,হাজো by মৃদুল প্ৰীতম ডেকা,হাজো
November 22, 2021 2:02 pm
158
VIEWS
Share on FacebookShare on Twitter

শুৱালকুছিৰ এখন বিদ্যালয়ত আজৱ ঘটনা! দশম শ্ৰেণীৰ শিক্ষাৰ্থীক বিদ্যালয়ৰ পৰা উলিয়াই দিলে প্ৰধান শিক্ষকে।

ঘটনাৰ কাৰণ শুনিলে আপোনাৰো চকু থৰ লাগিব। শুৱালকুছিত ইউনিফৰ্ম যোগানৰ নামত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি ।

ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে ফটা ইউনিফৰ্ম। কাপোৰ নহয় যে কাগজ হে। সামান্য লাৰিলে ফাটি যায় চৰকাৰী ইউনিফৰ্ম।

ক’ভিড মহামাৰীয়ে দুটা বছৰৰ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ কৰাৰ পাছত এতিয়া বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে।
মেট্ৰিক পৰীক্ষালৈ মাত্ৰ দুটা মাহ।

এনে সময়তে পাঠদানৰ পৰা বঞ্চিত কৰা হল এইসকল শিক্ষাৰ্থীক। শুৱালকুছিৰ গণেশ দাস হাইস্কুলত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ কাৰণ শিক্ষাৰ্থীৰ ইউনিফৰ্ম। ইউনিফৰ্ম যোগানকাৰীৰ দুৰ্নীতিৰ ফল ভুগিছে ছাত্ৰ ছাত্ৰীয়ে।

ইউনিফৰ্মৰ নামত শিক্ষার্থীক যোগান ধৰা হৈছে নিম্নমানৰ কাপোৰ।

পৰিধান কৰিলেই দেহৰ ভিন্ন অংশত মেলে ফাট। ফটা ইউনিফৰ্ম পিন্ধি কি দৰে বিদ্যালয়লৈ আহিব শিক্ষাৰ্থী।

পুৰণি ইউনিফৰ্ম পিন্ধি বিদ্যালয়লৈ আহোঁতে শ্ৰেণী কোঠাৰ পৰা উলিয়াই দিলে শিক্ষাৰ্থীক।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ শুৱালকুছিত সংঘটিত এই ইউনিফৰ্ম কেলেংকাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গণেশ দাস হাইস্কুলৰ প্ৰধান শিক্ষক শ্যাম সুন্দৰ গোস্বামীৰ ভূমিকাক লৈ অভিভাৱকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অভিযোগ অনুসৰি চৰকাৰে যোগান ধৰিছে নিম্নমানৰ ইউনিফৰ্ম।

ইমানৰ পিছতো কিন্তু কিয় পাঠদানৰ পৰা বঞ্চিত লবলগীয়া হল ছাত্ৰ ছাত্ৰী। ছাত্ৰ ছাত্ৰীৰ মূল্যৱান সময় এতিয়া কোনে ওভতাই দিব?

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd