• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনাৰ ‘বিসংগতি’ক লৈ বৈঠক অনুষ্ঠিত কৰিব কেন্দ্ৰীয় বন মন্ত্ৰালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2023 2:39 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অহা ২৪ মে’ত অসমৰ বন বিভাগৰ বিষয়াসকলৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনাৰ বিসংগতিৰ  উত্থাপিত অভিযোগ সন্দৰ্ভত বৈঠকত মিলিত হ’ব।

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) আৰু বন বাহিনীৰ মুৰব্বী, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, কাজিৰঙাৰ গঁড় গণনা অনুশীলনৰ মূল্যায়ক আৰু উদ্যানখনৰ গঁড় গণনা অনুশীলনৰ এছপিআইঅ’ক সভাত যোগদান কৰিবলৈ কোৱা হৈছে।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন (বন্যপ্ৰাণী) উপ-মহাপৰিদৰ্শক ৰাকেশ কুমাৰ জাগেনিয়াই এক জাননী যোগে কয় যে অতিৰিক্ত বন্যপ্ৰাণী সংৰক্ষণৰ সঞ্চালক প্ৰধান তথা বন্যপ্ৰাণী সংৰক্ষণৰ সঞ্চালক প্ৰধানে সভাত সভাপতিত্ব কৰিব।

ইয়াৰ পূৰ্বে ১৯ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি অসমৰ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা এজাহাৰৰ পিছত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ (CWLW) পৰা “বাস্তৱিক প্ৰতিবেদন” বিচাৰিছিল।

পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে পত্ৰ যোগে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ত অভিযোগ কৰিছিল যে ২০২২ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ জনসংখ্যাৰ অনুমান জৰীপত খেলিমেলি হৈছিল।

চৌধুৰীৰ মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮৪টা বিভাগৰ গণনাৰ তথ্য পত্ৰত দেখা গৈছে যে গঁড়ৰ প্ৰকৃত সংখ্যা আছিল ২০৪২।

চৌধুৰীয়ে অভিযোগ কৰিছিল যে এই সংখ্যাটো “সন্তুলন” ৰক্ষা কৰি ইচ্ছাকৃতভাৱে  নিৰ্বাচিত বিভাগত নমুনা জৰীপৰ পিছত ২০১৮ চনত গণনা কৰা ২,৪১৩টা গঁড়ৰ তুলনাত ২০০ বৃদ্ধি দেখুৱাই ২,৬১৩টা গঁড় বুলি দেখুৱা হৈছে।

ৰোহিত চৌধুৰীয়ে কৈছিল যে ৰাষ্ট্ৰীয় উদ্যানখনত “গঁড়ৰ প্ৰকৃত সংখ্যাৰ সম্পৰ্কত চৰকাৰ আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ” জৰীপৰ তথ্যসমূহ প্ৰ স্তুত কৰা হৈছে।

Recent News

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd