• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

খোদ বিজেপি কৰ্মীৰ ৰোষত পৰিল বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 6:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু বাংকুৰাৰ সাংসদ সুভাষ চৰকাৰে দুপৰীয়া প্ৰায় ১ বজাত এখন সভা অনুষ্ঠিত কৰিছিল। তেনেতে ক্ষুদ্ধ বিজেপিৰ কৰ্মীসকলে যেতিয়া বিজেপি দলৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল সুভাষ চৰকাৰ গ’ বেক সুভাষ চৰকাৰক হাতাও  শ্ল’গান দিছিল আৰু তেওঁক কাৰ্য্যালয়টোত প্ৰায় এঘন্টাৰ বাবে বন্দী কৰি এজন প্ৰতিবাদকাৰী মোহিত শৰ্মাই সুভাষ চৰকাৰক “অক্ষম” বুলি দাবী কৰাৰ লগতে অভিযোগ কৰে যে কঠোৰ পৰিশ্ৰম কৰি থকা দলীয় কৰ্মীসকলক গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় ৰাজ্যিক শিক্ষা মন্ত্ৰী সুভাষ চৰকাৰে। 

তেওঁ লগতে অভিযোগ কৰিছিল যে সুভাষ চৰকাৰে তেওঁৰ সোঁৱে বাওঁৱে থকা বিজেপি নেতাক জিলা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিছিল।

“আমাৰ মাজৰ কিছুমানপ্ৰদৰ্শনৰ কাৰণ হৈ পৰিছে। আমি দলটোক বচাবলৈ প্ৰতিবাদ কৰি আছো। এইবাৰ, তেওঁৰ অযোগ্যতাৰ বাবে বিজেপিয়ে বাংকুৰা পৌৰসভাত কোনো আসন লাভ কৰা নাছিল। পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে দুটা ৱাৰ্ডত জয়ী হৈছিল।কিন্তু এইবাৰ তেওঁলোকে পঞ্চায়তৰ বহুতো আসনত প্ৰাৰ্থী প্ৰদান কৰিব নোৱাৰিলে। এয়া এক লজ্জাজনক বিষয়,” মোহিত শৰ্মাই অভিযোগ কৰে।

অৱশ্যে আৰক্ষী-অৰ্দ্ধ সামৰিক বাহিনীৰ এটা দল গৈ তলা মৰা কোঠাৰ পৰা মন্ত্ৰী সুভাষ চৰকাৰক উদ্ধাৰ কৰি বাহনৰে ঘটনাস্থলীৰ পৰা পঠিয়াই দিয়ে। 

দলৰ মাজত ঘটি থকা অন্তৰ্কন্দলৰ জুই নুমুওৱাৰ পৰিৱৰ্তে প্ৰতিবাদকাৰী বিজেপিৰ বিৰুদ্ধেহে ব্যৱস্থা ল’ব পশ্চিমবংগ বিজেপিয়ে! 

পশ্চিম বংগ বিজেপিৰ মুখপাত্ৰ সমিক ভট্টাচাৰ্যই ঘটনাটোক দুৰ্ভাগ্যজনক বুলি অভিহত কৰাৰ লগতে প্ৰতিবাদকাৰী দলীয় কৰ্মীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিহে সদৰী কৰে। 

সমিক ভট্টাচাৰ্য্যই কয় “বিজেপিৰ দৰে শৃংখলাবদ্ধ দলত এনে ঘটনা গ্ৰহণযোগ্য নহয়। যদি কোনো অভিযোগ থাকে, সেইবোৰ উত্থাপন কৰাৰ বাবে এক সঠিক মঞ্চ আছে। আমি ঘটনাটো চোৱা-চিতা কৰিম, আৰু জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব,” 

ইপিনে, সুভাষ চৰকাৰক চত্তচায়া দিবলৈ গৈ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে জিলা গোটটোত সুভাষ চৰকাৰৰ কোনো ভূমিকা নাছিল আৰু  তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ “ভুল বুজাবুজি”ৰ বাবেহে হৈছিল বুলি দাবী সমিক ভট্টাচাৰ্য্যৰ। 

ইপিনে, তৃণমূল কংগ্ৰেছে বিজেপিৰ ভিতৰচ’ৰাত ঘটি থকা অন্তৰ্দ্বন্দ্ব শীৰ্ষত উপনীত হোৱাৰ বাবে এনেধৰণৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd