• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানপানীৰ বাবে পিছুৱাই দিয়া হ’ল বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ B.A.LL.B/B.A.LL.B(Hons.)আৰু LL.B ৰ নাম ভৰ্তি প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2019 6:50 pm
Assam: Gauhati University to collect all fees online

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ।

4.4k
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাম্প্ৰতিক জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ে শিক্ষানুষ্ঠানখনত ১৭ আৰু ১৮ জুলাইত হ’বলগীয়া পাঁচবছৰীয়া B.A.LL.B/B.A.LL.B(Hons.)আৰু তিনিবছৰীয়া LL.B  কোৰ্চৰ নাম ভৰ্তি প্ৰক্ৰিয়া অহা ২৬/০৭/২০১৯ আৰু ২৭/০৭/২০১৯ তাৰিখলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ হস্তাক্ষৰ সম্বলিত এখন জাননী যোগে এই কথা ৰাজহুৱা কৰা হয়।

প্ৰকাশপোৱা নতুন জাননী অনুসৰি ২৬/০৭/২০১৯ তাৰিখে B.A.LL.B/B.A.LL.B(Hons.) ৰ আৰু ২৭/০৭/২০১৯ তাৰিখে LL.B  বিষয়ৰ নাম ভৰ্তি হ’ব।

ৰাজ্যৰ বিভিন্ন অঞ্চলত ভয়াবহ বানপানীৰ ফলত সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।

‘‘বানপানীৰ কবলত আক্ৰান্ত উজনি আৰু নামনি অসমৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছা্ত্ৰীয়ে কাইলৈ হ’বলগীয়া নাম ভৰ্তি প্ৰক্ৰিয়াত যাতায়তৰ অসুবিধাৰ বাবে উপস্থিত থকাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হ’ব বুলি অনুমান কৰিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞাতাৰ্থে নাম ভৰ্তি প্ৰক্ৰিয়া পিছুৱাই দিয়া হয়’’।-মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ এগৰাকী সদস্যই এনেদৰে আমাৰ সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বানপানীৰ বাবে অসম বিধান সভাৰ অধিবেশনো পিছুৱাই দিয়া হয়।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd