• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2023 9:33 pm
220
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ভিতৰতে আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হিচাপে স্বীকৃত তথা সন্ত্ৰাসবাদী সংগঠন আল কাইদাৰ প্ৰতিষ্ঠাতা ওছামা বিন লাডেনৰ ছবি কাৰ্যালয়ত ওলোমাই ৰাখি চাকৰি হেৰুৱাবলগীয়া হৈছে এগৰাকী চৰকাৰী বিষয়াই। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

উত্তৰ প্ৰদেশ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ এগৰাকী মহকুমা বিষয়াক নিজৰ কাৰ্যালয়ত বিশ্বত্ৰাস সন্ত্ৰাসবাদী গৰাকীৰ ছবি ৰখাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি ৰবীন্দ্ৰ প্ৰকাশ গৌতম নামৰ বিষয়াগৰাকীয়ে লাডেনক নিজৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল আৰু সেয়ে নিজ কাৰ্যালয়ত লাডেনৰ এখন ছবি ৰাখিছিল।

বিগত ২০২২ বৰ্ষৰ জুন মাহত ফাৰুখাবাদ জিলাৰ কায়ামগঞ্জ মহকুমা-২ ত নিযুক্ত হোৱাৰ সময়ত বিষয়াগৰাকীয়ে লাডেনৰ ছবিখন কাৰ্যালয়ত ৰাখিছিল।

তেওঁৰ কাৰ্যালয়ৰ এক ভিডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছত দক্ষিণাঞ্চল বিদ্যুৎ বিত্ৰাণ নিগমে গৌতমক চাকৰিৰ পৰা নিলম্বন কৰি তদন্ত আৰম্ভ কৰে।

তদন্তৰ অন্তত উত্তৰ প্ৰদেশ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ অধ্যক্ষ এম দেৱৰাজে ৰবীন্দ্ৰ প্ৰকাশ গৌতমক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়ে আৰু সোমবাৰে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

জানিব পৰা মতে, ওছামা বিন লাডেন এগৰাকী অভিযন্তা ডিগ্ৰীধাৰী হোৱাৰ বাবেই ৰবীন্দ্ৰ প্ৰকাশ গৌতম তেওঁৰ প্ৰতি আকৰ্ষিত হয় আৰু লাডেনক আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd