• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ এপ্ৰিলৰ পৰা UPI সেৱা বন্ধ হৈ পৰিব এইসমূহ মোবাইল নম্বৰৰ! কি দৰে অব্যাহত ৰাখিব সেৱা?

এনই নাও নিউজ, গুৱাহাটী by এনই নাও নিউজ, গুৱাহাটী
March 21, 2025 1:08 pm
350
VIEWS
Share on FacebookShare on Twitter

১ এপ্ৰিলৰ পৰা নিষ্ক্ৰিয় হৈ পৰা বা পুনৰ অন্য গ্ৰাহক প্ৰদান কৰা সেই মোবাইল নম্বৰত কাম নকৰিব ইউপিআই সেৱা। জালিয়াতি আৰু অকৰ্তৃত্বশীল লেনদেন ৰোধ কৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যনে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক এনে নম্বৰ সমূহৰ সেৱা বাতিল কৰিবলৈ নিৰ্দেশ দিছে।

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যনৰ নিৰ্দেশনা আনুসৰি ব্যৱহাৰকাৰীসকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ সক্ৰিয় হৈ থাকে। যাতে কোনো সমস্যাৰ সৃষ্টি নহয়।

এনে কৰাৰ প্ৰয়োজনীয়তাৰ মূলতে হ’ল যাতে ইউপিআইৰ সৈতে সংযুক্ত নিষ্ক্ৰিয় মোবাইল নম্বৰে নিৰাপত্তাজনিত বিপদৰ সৃষ্টি কৰে। যেতিয়া ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ নম্বৰ সলনি বা নিষ্ক্ৰিয় কৰে, তেওঁলোকৰ UPI একাউণ্টসমূহ প্ৰায়ে সক্ৰিয় হৈ থাকে, যাৰ ফলত তেওঁলোকৰ UPI একাউণ্টসমূহ অপব্যৱহাৰৰ কৰাৰ সম্ভাৱনা আহি পৰে। সেয়ে ইয়াক ৰোধ কৰিবলৈ বেংক আৰু গুগল পে, ফোন পে আৰু পেটিএমৰ দৰে পেমেণ্ট এপসমূহে এতিয়া এনপিচিআইৰ নিৰ্দেশ অনুসৰি ইউপিআই ব্যৱস্থাৰ পৰা নিষ্ক্ৰিয় নম্বৰসমূহ আঁতৰাই পেলাব।

এই নিৰ্দেশনা কাৰ্যকৰি কৰিবৰ কাৰণে বেংক আৰু পিএছপিয়ে সময়ে সময়ে নিষ্ক্ৰিয়, পুনৰ অন্য গ্ৰাহক প্ৰদান কৰা মোবাইল নম্বৰ চিহ্নিত কৰি আঁতৰাই পেলাব। লগতে প্ৰভাৱিত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ইউপিআই সেৱাসমূহ স্থগিত ৰখাৰ পূৰ্বে জাননী লাভ কৰিব। ইয়াৰ পিছতো যদি কোনো মোবাইল নম্বৰ নিষ্ক্ৰিয় হৈ থাকে তেন্তে প্ৰৱঞ্চনা ৰোধ কৰিবলৈ ইউ পি আইৰ পৰা সেই নম্বৰ আঁতৰাই দিয়া হ’ব। অৰু ব্যৱহাৰকাৰীসকলে সময়সীমাৰ পূৰ্বে নিজৰ মোবাইল নম্বৰ আপডেট কৰি নিজৰ ইউপিআই সেৱা পুনৰ বাহাল কৰিব পাৰিব।

উল্লেখ্য যে যিসকল ব্যৱহাৰকাৰীয়ে নিজৰ মোবাইল নম্বৰ সলনি কৰিছে কিন্তু নিজৰ বেংকত আপডেট কৰা নাই। আৰু যিসকল ব্যৱহাৰকাৰীৰ নম্বৰ নিষ্ক্ৰিয় হৈ আছে আৰু দীৰ্ঘদিন ধৰি কল, এছএমএছ বা বেংকিং এলাৰ্টৰ বাবে ব্যৱহাৰ কৰা হোৱা নাই। ইয়াৰোপৰি যিসকল ব্যৱহাৰকাৰীয়ে নিজৰ বেংকৰ তথ্য আপডেট নকৰাকৈ নিজৰ নম্বৰ জমা দিছে। আৰু যিসকল ব্যৱহাৰকাৰীৰ পুৰণি নম্বৰ আন কাৰোবাক পুনৰ প্ৰদান কৰা হৈছিল। তেওঁলোক এই নিৰ্দেশনাৰ দ্বাৰা প্ৰভাবিত হ’ব।

সেৱাসমূ অব্যাহত ৰাখিবলৈ মোবাইল নম্বৰ সক্ৰিয় আছে নে নাই পৰীক্ষা কৰক। নিশ্চিত হওক যে আপুনি আপোনাৰ বেংকৰ পৰা এছএমএছ আৰু অ’টিপি লাভ কৰে।  আৰু নেট বেংকিং, ইউপিআই এপ, এটিএমৰ জৰিয়তে বা বেংক শাখাত গৈ আপোনাৰ ইউপিআই-লিংকড মোবাইল নম্বৰ আপডেট কৰক।

Recent News

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

ভাৰতৰ জাতীয় ভাষা কি? সাংসদ কানিমোঝিৰ স্তম্ভিত কৰা উত্তৰ! কি ক’লে DMKৰ সাংসদগৰাকীয়ে?

ভাৰতৰ জাতীয় ভাষা কি? সাংসদ কানিমোঝিৰ স্তম্ভিত কৰা উত্তৰ! কি ক’লে DMKৰ সাংসদগৰাকীয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd