• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাঙৰ সিদ্ধান্ত, ছিৰিয়াৰ বিদ্ৰোহী নেতাৰ ওপৰত ঘোষণা কৰা ‘বাউন্টি’ উঠাই ল’লে আমেৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2024 9:20 am
ডাঙৰ সিদ্ধান্ত, ছিৰিয়াৰ বিদ্ৰোহী নেতাৰ ওপৰত ঘোষণা কৰা ‘বাউন্টি’ উঠাই ল’লে আমেৰিকাই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিৰিয়াৰ এজন বিদ্ৰোহী নেতাক বন্দী কৰাৰ বাবে আগবঢ়োৱা এক কোটি মাৰ্কিন ডলাৰৰ বাউন্টি (পুৰস্কাৰ) প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। দামাস্কাছত পূৰ্বে আল কায়দাৰ সৈতে জড়িত হায়াত তাহৰিৰ আল শ্বামৰ নেতা আহমেদ আল শ্বাৰা আৰু মধ্যপ্ৰাচ্যৰ বাবে আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদ বাৰ্বাৰা লিফৰ মাজত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আছাদক ক্ষমতাচ্যুত কৰাৰ পিছত ছিৰিয়াৰ নতুন নেতাগৰাকীক সাক্ষাৎ কৰিবলৈ প্ৰতিনিধি দলৰ নেতৃত্বত ছিৰিয়াত উপস্থিত হোৱা প্ৰথমগৰাকী আমেৰিকান কূটনীতিবিদ বাৰ্বাৰা লিফ।

চলিত মাহৰ আৰম্ভণিতে ছিৰিয়াৰ বিদ্ৰোহীয়ে আছাদ পৰিয়ালৰ ৫০ বছৰীয়া শাসন উৎখাত কৰিছিল। দাবী কৰা হৈছে যে আছাদ চৰকাৰৰ বিৰুদ্ধে যুঁজি থকা এই বিদ্ৰোহীসকলক তুৰ্কি আৰু আমেৰিকাই সহায় কৰিছে। বিদ্ৰোহী সংগঠনটোৱে ক্ষমতা দখল কৰাৰ পিছৰে পৰা আমেৰিকাই আহমেদ আল শ্বাৰাক মষ্ট ৱাণ্টেড তালিকাৰ পৰা আঁতৰোৱাৰ কথা চিন্তা কৰি আছিল।

বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা এতিয়াও বাদ পৰা নাই আহমেদ আল শ্বাৰাৰ সংগঠন এইচ টি এছ। সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা লাঘৱ হ’ব নে নহয় সেই কথা লিফে কোৱা নাই যদিও সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আল-শ্বাৰাই সন্ত্ৰাসবাদ ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু ফলস্বৰূপে আমেৰিকাই আৰু বাউন্টি আগনবঢ়ায়।

লিফে কয়, ‘আমি সন্ত্ৰাসবাদী গোটসমূহে যাতে ছিৰিয়াৰ ভিতৰত বা বাহিৰৰ লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই নানে তাৰ ওপৰত আলোচনা কৰিলোঁ, যাতে অঞ্চলটোৰ আমেৰিকাৰ মিত্ৰ দেশসমূহৰ বাবেও ভাবুকি কঢ়িয়াই নানে।

লিফ আৰু অন্যান্য আমেৰিকাৰ বিষয়াসকলে কয় যে সংখ্যালঘু আৰু মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ সন্দৰ্ভত আল-শ্বাৰাৰ ৰাজহুৱা বক্তব্য আদৰণীয়, কিন্তু দীৰ্ঘম্যাদীভাৱে তেওঁ সেইবোৰ অনুসৰণ কৰিব নে নকৰে তাত তেওঁলোকৰ সন্দেহ আছে। তেওঁ স্বীকাৰ কৰে যে এইখন এখন ভাল প্ৰথম বৈঠক আছিল। তেওঁ লগতে কয় যে আমি কেৱল কথাৰে নহয়, কামৰ দ্বাৰাও বিচাৰ কৰিম।

উল্লেখ্য যে আমেৰিকাৰ প্ৰতিনিধি দলটোৰ ছিৰিয়া ভ্ৰমণৰ উদ্দেশ্য আছিল দেশখনত সৰ্বাংগীন চৰকাৰৰ বাবে চাপ সৃষ্টি কৰা আৰু নিৰুদ্দেশ হোৱা আমেৰিকান সাংবাদিক অষ্টিন টাইছৰ বিষয়ে তথ্য লাভ কৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd