• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়াই ক্ষতিগ্ৰস্ত বন্দে ভাৰত এক্সপ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2022 8:41 pm
Vande Bharat Express
91
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাকজমকতাৰে দেশবাসীৰ নামত মুকলি কৰা বহুচৰ্চিত বন্দে ভাৰত এক্সপ্ৰেছ নামৰ দ্ৰুত গতিৰ ৰেলখনক বিপদে যেন লগ নেৰা হৈছে।

উদ্বোধনৰ পাছৰ পৰাই দুবাৰকৈ দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰে’লখন আজি পুনৰ যাত্ৰাৰ সময়তে এটা ষাঁড় গৰুক খুন্দিয়াই ক্ষতিগ্ৰস্ত হৈছে।

গান্ধীনগৰ-মুম্বাই পথত চলাচল কৰা ‘ছেমি-হাই স্পীড’ৰ ৰেলখনে আজি দিনৰ ভাগত যাত্ৰাপথতে গুজৰাটত এটা ষাঁড় গৰুক খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ পিছত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে প্ৰায় ১৫ মিনিটৰ ৰখাই থ’ব লগা হয় ৰে’লখন। দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ সন্মুখৰ অংশ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও দুবাৰকৈ জন্তুৰ খুন্দাত ক্ষতিগ্ৰস্ত হৈছিল ৰে’লখন। মুকলিৰ পাঁচদিন পাছতেই এটা গৰুক খুন্দা মাৰিছিল ৰে’লখনে।

তাৰ পিছদিনাই ৰে’লখনে যাত্ৰাপথত পুনৰ চাৰিটা ম’হক খুন্দা মাৰিছিল। দুৰ্ঘটনাৰ পাছত ক্ষতিগ্ৰস্ত হোৱা ৰে’লখনৰ ফটোসমূহ ভাইৰেল হোৱাৰ পিছত ইয়াৰ ডিজাইনক লৈ কিছু বিতৰ্কৰো সৃষ্টি হৈছিল।

এনে বিতৰ্কৰ মাজতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’লখন জন্তুৰ সৈতে সংঘৰ্ষ হোৱাটো অনিবাৰ্য বুলি দাবী কৰি ৰে’লখনৰ নক্সা প্ৰস্তুত কৰোঁতে এইকথা মনত ৰখা হৈছিল বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে বন্দে ভাৰত অভিযানৰ অধীনস্থ তৃতীয় যাতায়ত সেৱাৰ ৰূপত যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’লখনৰ ফ্লেগ অফ কৰিছিল।

উদ্বোধনৰ সময়ত মোদীয়ে গান্ধীনগৰৰ পৰা আহমেদাবাদৰ কালুপুৰ ৰে’ল ষ্টেচনলৈ যাত্ৰাও কৰিছিল।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd