• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাদেশীকৰণৰ দাবীৰে দিচপুৰ লাষ্টগেটত অৱস্থান ধর্মঘট অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 29, 2019 10:29 pm
teacher protest

ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ প্ৰতিবাদৰ ফাইল ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ দাবীৰে সোমবাৰে দিচপুৰ লাষ্টগেটত অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাজ্যৰ প্ৰায় ৪৮ হাজাৰ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণৰ দাবীৰে সোমবাৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই দিচপুৰ লাষ্টগেটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, বৰ্তমান ৰাজ্যৰ ৮,০০০ খন ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত প্ৰায় ৪৮ হাজাৰগৰাকী শিক্ষক-কৰ্মচাৰী চৰকাৰৰ অনীহাৰ বাবে বিনা বেতনে কাম কৰি থাকিবলগীয়া হৈছে।

শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল কুমাৰ হালৈয়ে ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ স্বাৰ্থত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ গঠন কৰা হৈছিল বুলি উল্লেখ কৰি কয় যে এতিয়াও ৰাজ্যত হাজাৰ হাজাৰ শিক্ষকে বিনাবেতনে শিক্ষাদান কৰি থাকিবলগীয়া হোৱাটো দুখৰ কথা।

ইখনৰ পাছত সিখন আইন বলবৎ হোৱাৰ পাছতো বৰ্তমান ৪০ হাজাৰ শিক্ষকেহে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে প্ৰতিবাৰেই অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকল উপক্ষিত হৈ আহিছে বুলিও হালৈয়ে ক্ষোভ ব্যক্ত কৰে।

তেওঁ অসম চৰকাৰৰ মুখ্য মন্ত্ৰীক বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি শীঘ্ৰে বিষয়টো সমাধান কৰাৰ বাবে  আহ্বান জনায়।

আনহাতে, আজিৰ প্ৰতিবাদত সদৌ অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ভাগ লৈ চৰকাৰে কৰা বঞ্চনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে।

মানৱ সম্পদ গঢ় দিয়া শিক্ষক সমাজ আজি উপেক্ষিত হৈছে আৰু তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে ওলাই আহিব লগা হৈছে, গতিকে ইয়াতকৈ আৰু দুখৰ বিষয় কি হ’ব পাৰে বুলি দুখ প্ৰকাশ কৰে ফুকনে।

স্বাধীনতাৰ ৭০ বছৰৰ পাছতো যদি শিক্ষকসকলে এনে অৱস্থাৰ সন্মুখিন হ’ব লগা হৈছে আৰু চৰকাৰে শিক্ষকসকল দাবীসমূহ পূৰণ কৰিব পৰা নাই তেনেহ’লে আমাক এনে এখন চৰকাৰ নালাগে বুলিও ফুকনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd