• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাদেশীকৰণৰ দাবীৰে দিচপুৰ লাষ্টগেটত অৱস্থান ধর্মঘট অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 29, 2019 10:29 pm
teacher protest

ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ প্ৰতিবাদৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ দাবীৰে সোমবাৰে দিচপুৰ লাষ্টগেটত অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাজ্যৰ প্ৰায় ৪৮ হাজাৰ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণৰ দাবীৰে সোমবাৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই দিচপুৰ লাষ্টগেটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

উল্লেখযোগ্য যে, বৰ্তমান ৰাজ্যৰ ৮,০০০ খন ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত প্ৰায় ৪৮ হাজাৰগৰাকী শিক্ষক-কৰ্মচাৰী চৰকাৰৰ অনীহাৰ বাবে বিনা বেতনে কাম কৰি থাকিবলগীয়া হৈছে।

শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল কুমাৰ হালৈয়ে ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ স্বাৰ্থত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ গঠন কৰা হৈছিল বুলি উল্লেখ কৰি কয় যে এতিয়াও ৰাজ্যত হাজাৰ হাজাৰ শিক্ষকে বিনাবেতনে শিক্ষাদান কৰি থাকিবলগীয়া হোৱাটো দুখৰ কথা।

ইখনৰ পাছত সিখন আইন বলবৎ হোৱাৰ পাছতো বৰ্তমান ৪০ হাজাৰ শিক্ষকেহে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে প্ৰতিবাৰেই অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকল উপক্ষিত হৈ আহিছে বুলিও হালৈয়ে ক্ষোভ ব্যক্ত কৰে।

তেওঁ অসম চৰকাৰৰ মুখ্য মন্ত্ৰীক বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি শীঘ্ৰে বিষয়টো সমাধান কৰাৰ বাবে  আহ্বান জনায়।

আনহাতে, আজিৰ প্ৰতিবাদত সদৌ অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ভাগ লৈ চৰকাৰে কৰা বঞ্চনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে।

মানৱ সম্পদ গঢ় দিয়া শিক্ষক সমাজ আজি উপেক্ষিত হৈছে আৰু তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে ওলাই আহিব লগা হৈছে, গতিকে ইয়াতকৈ আৰু দুখৰ বিষয় কি হ’ব পাৰে বুলি দুখ প্ৰকাশ কৰে ফুকনে।

স্বাধীনতাৰ ৭০ বছৰৰ পাছতো যদি শিক্ষকসকলে এনে অৱস্থাৰ সন্মুখিন হ’ব লগা হৈছে আৰু চৰকাৰে শিক্ষকসকল দাবীসমূহ পূৰণ কৰিব পৰা নাই তেনেহ’লে আমাক এনে এখন চৰকাৰ নালাগে বুলিও ফুকনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd