• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়ক সোনকালে অনাৰ দাবীৰে শিলচৰত বিশ্ব হিন্দু পৰিষদৰ হুংকাৰ

এজনো হিন্দুৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব নোৱাৰিব : বিশ্ব হিন্দু পৰিষদৰ নেতা

অনিৰুদ্ধ লস্কৰ by অনিৰুদ্ধ লস্কৰ
August 24, 2019 10:08 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

শিলচৰত আজি বিশ্ব হিন্দু পৰিষদে এইবুলি চৰকাৰলৈ আহ্বান জনাইছে যে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে আনিব লাগে। এই বিধেয়কখন আনি এন আৰ চিৰ পৰা বাদ পৰাৰ সম্ভাৱনা থকা লোকসকলক ভাৰতীয় নাগৰিকত্ব দি এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগে।

৩১ আগষ্টত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ পৰা অনেক হিন্দুৰ নাম বাদ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰি এই দাবী কৰিছে কাছাৰ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ উপসভাপতি মিঠুন নাথে।

এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ সম্ভাৱনা লোকসকল আতংকিত হৈ আছে বুলি নেতাজনে মন্তব্য কৰে।

তেওঁ কয়, “ভাৰতত কোনো হিন্দু বিদেশী হ’ব নোৱাৰে, বিশ্ব হিন্দু পৰিষদ এইটো স্পষ্ট স্থিতি”।

তেওঁ বাংলাদেশৰ পৰা অহা হিন্দুসকলে তাত মাৰ খাই ভাৰতলৈ অহা বুলি কয়। নিজৰ ইজ্জত বচাবৰ বাবেও ভাৰতলৈ অহা বুলি কয়।

প্ৰতিজন হিন্দুৰ নাম এন আৰ চিৰ তালিকাত থাকিব লাগিব বুলি দাবী কৰি নেতাজনে কয়, “যিসকলৰ নাম নাই, সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে।”

বাংলাদেশৰ পৰা অহা হিন্দুসকলক নাগৰিকত্ব দিবলৈ বিল অনাৰ দৰকাৰ আছে। আৰু যদি নানে তেন্তে যেনে ধৰণৰ আন্দোলনৰ প্ৰয়োজন তেনেকৈ আন্দোলন কৰা হ’ব বুলি এক প্ৰকাৰৰ হুমকি দিয়ে নেতাজনে।

সংগঠনটোৱে আজি ইয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শিলচৰ চহৰত এটা বাইক সমদল উলিয়াইছিল, য’ত প্ৰায় ২০০০ বজৰং দল কৰ্মী আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল।

 

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd