• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 8:09 pm
ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া বাসুক বিচাৰি উলিয়াবলৈ আগতীয়াকৈ লুকাউট নোটিচ জাৰি কৰাৰ নিৰ্দেশ দিছে। শুকুৰবাৰে গোচৰৰ শুনানিৰ সময়ত কেন্দ্ৰই জনাইছে যে ইতিমধ্যে লুকাউট জাননী জাৰি কৰা হৈছে। ভিক্টোৰিয়া এতিয়াও বৈধভাৱে দেশ এৰি যাব পৰা নাই। ইফালে, উচ্চতম ন্যায়ালয়ে দিল্লী এনচিআৰৰ সকলো এক্সিট পইণ্ট আৰু দেশৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰীক্ষণ কৰাৰ লগতে সকলো বিমানবন্দৰৰ চিচিটিভি কেমেৰা পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা সোমবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

বৃহস্পতিবাৰে এই গোচৰৰ সময়ত ভিক্টোৰিয়া আৰু তেওঁৰ সন্তানক বিচাৰি উলিয়াবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। লগতে লুকাউট নোটিচ জাৰি কৰাৰ নিৰ্দেশ দিয়া হয়। সেই গোচৰৰ শুনানিৰ সময়ত শুকুৰবাৰে কেন্দ্ৰই ঘোষণা কৰে যে লুকাউট জাননী জাৰি কৰা হৈছে। ইফালে ভিক্টোৰিয়াৰ মাতৃয়ে ৰাছিয়াৰ পৰা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যে ভিক্টোৰিয়াক বিচাৰি পোৱা নাযায়।

উল্লেখ্য যে, চন্দননগৰৰ এগৰাকী আছিল বাসিন্দা ছাইকত বসু। কামৰ কাৰণে তেওঁ চীনত বহু সময় কটায়। তাতে তেওঁ ৰাছিয়ান ভিক্টোৰিয়া জিগালিনাক লগ পায়। চিনাকিৰ পৰা ঘনিষ্ঠতা বাঢ়ি যায়, প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। বিবাহপাশত আবদ্ধ হৈ চন্দনগৰস্থিত নিজৰ ঘৰলৈ উভতি আহে দম্পতীহাল। তেতিয়াই ছাইকত আৰু বসু পৰিয়ালে গম পাই যে ভিক্টোৰিয়াৰ পিতৃ ৰাছিয়াৰ চোৰাংচোৱা সংস্থা এফ এছ বিৰ প্ৰাক্তন বিষয়া। ছাইকতে দাবী কৰে যে তেওঁলোকৰ বিয়াৰ পিছৰে পৰা তেওঁৰ পত্নীয়ে তেওঁক ফ’ৰ্ট উইলিয়ামলৈ যাবলৈ হেঁচা দি আহিছিল। কিন্তু সেই অনুৰোধৰ আগত ছাইকাতৰ পিতৃ প্ৰাক্তন নৌসেনা বিষয়া সমীৰ বসুৱে প্ৰত্যাখ্যান কৰে। ছাইকতৰ দাবী যে ভিক্টোৰিয়াই শিশুটিক কেৱল নিজৰ বাবে ৰাখিবলৈ আবেদন লৈ উচ্চতম ন্যায়ালয়লৈ গৈছিল। সেই গোচৰৰ সময়ত ভিক্টোৰিয়া হঠাতে নিজৰ সন্তানৰ সৈতে অন্তৰ্ধান হৈ পৰে। সেই গোচৰত উচ্চতম ন্যায়ালয়ে ভিক্টোৰিয়া আৰু তেওঁৰ সন্তানক বিচাৰি উলিয়াবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

August 18, 2025 9:36 am
চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

August 18, 2025 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd