• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 18, 2025 9:36 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাৰ তালিকাত ‘জালিয়াতি’ৰ অভিযোগ উত্থাপন কৰি বিৰোধী পক্ষই লক্ষ্য কৰি লৈছে নিৰ্বাচন আয়োগক। অৱশ্যে বিৰোধীৰ অভিযোগ খাৰিজ কৰি আয়োগে দেওবাৰে সংবাদমেলত দাবী কৰে যে বিভিন্ন ৰাজনৈতিক দলে ‘ভিত্তিহীন’ অভিযোগ উত্থাপন কৰিছে।

‘ভোট চুৰি’ৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক শপতনামা দাখিল কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে আয়োগে। অৱশ্যে বিৰোধীয়ে দাবী কৰিছে যে আয়োগে বিৰোধীৰ এলানি প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে।

Apply Now

বিৰোধীয়ে দাবী কৰা ধৰণে আয়োগে কোনবোৰ প্ৰশ্নৰ উত্তৰ এৰাই চলিছে বা নিদিলে?

১! নিৰ্বাচন আয়োগে SIR চলোৱাৰ পূৰ্বে ৰাজনৈতিক দলৰ লগত কিয় আলোচনা কৰা নাছিল?

২) নিৰ্বাচনী বৰ্ষতেই বিহাৰত বিশেষ পুংখানুপুংখ সংশোধন নকৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নিজা নিৰ্দেশনা কিয় উলংঘা কৰা হ’ল (বিহাৰত বিধানসভাৰ নিৰ্বাচন এই বছৰেই হ’ব)?

৩! বানপানীৰ সময়তে কোনো জাননী বা প্ৰস্তুতি অবিহনে বিহাৰত SIR চলাবলৈ ইমান খৰধৰ কিয় হৈছিল? যদিও আয়োগে দাবী কৰিছিল যে ২০০২ চনত একে সময়তে বিহাৰত ভোটাৰ তালিকাৰ পুংখানুপুংখভাৱে সংশোধন কৰা হৈছিল।

৪) SIR (২৫ জুন-২৫ জুলাই)ৰ সময়ত বিহাৰত ভোটাৰ তালিকাত কিমানজন লোক অন্তৰ্ভুক্ত হৈছিল?

৫) কোনো নথি সংলগ্ন নকৰাকৈ কিমান ভোটাৰৰ গণনা প্ৰ-পত্ৰ জমা দিয়া হ’ল?

৬) বিএলঅ’ই কিমানখন প্ৰপত্ৰত ‘পৰামৰ্শ দিয়া হোৱা নাই’ বুলি চিহ্নিত কৰা হৈছে? কিহৰ ভিত্তিত?

৭) এছ আই আৰৰ সময়ত বৰ্তমানৰ তালিকাত কিমানজন বিদেশীৰ নাম চিনাক্ত কৰা হৈছে?

৮) বিৰোধী দলপতি ৰাহুল গান্ধীৰ সংবাদমেলৰ পিছত কিয় ভোটাৰ তালিকাৰ ফৰ্মেট সলনি কৰা হ’ল?

৯) অনুৰাগ ঠাকুৰ (বিজেপি সাংসদ)ৰ পৰা নিৰ্বাচন আয়োগে কিয় শপতনামা দাবী কৰা নাই?

১০) পূৰ্বে দাখিল কৰা শপতনামাৰ ভিত্তিত (যেনে এছ পিৰ দ্বাৰা) কোনো তদন্ত কিয় কৰা হোৱা নাই?

উল্লেখ্য যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে পূৰ্বে নিৰ্বাচন আয়োগে শপতনামা দাখিল কৰাৰ নিৰ্দেশ সন্দৰ্ভত কৈছিল যে বিজেপি সাংসদ অনুৰাগ ঠাকুৰে ৰায়ে বৰেলী, ৱায়ানাড, ডাইমণ্ড হাৰ্বাৰকে ধৰি কেইবাটাও কেন্দ্ৰত ভোটাৰ তালিকাত ৰিগিং সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। তেনেহ’লে তেওঁক শপতনামা দাখিল কৰিবলৈ কোৱা নহ’ল কিয়?

আয়োগৰ সংবাদমেলৰ অন্তত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱেও শপতনামা সন্দৰ্ভত কিছু তথ্য শ্বেয়াৰ কৰে। তেওঁ দাবী কৰে যে এই শপতনামা সমাজবাদী পাৰ্টীয়ে দাখিল কৰিছিল। অৱশ্যে কোনো উত্তৰ পোৱা নগ’ল। তেওঁৰ এক্স হেণ্ডেলত তেওঁ কয়, “সমাজবাদী পাৰ্টিয়ে দাখিল কৰা শপতনামা নিৰ্বাচন আয়োগে গ্ৰহণ কৰা নাছিল, তেওঁলোকে আমাৰ শপতনামা লাভ কৰাৰ প্ৰমাণ হিচাপে নিজৰ কাৰ্যালয়ে জাৰি কৰা স্বীকৃতি পত্ৰখন পৰীক্ষা কৰিব লাগে।”

আয়োগে কয় যে যদি কোনোবাই নিজৰ বিধানসভা সমষ্টিৰ বাহিৰে আন কোনো কেন্দ্ৰৰ ওপৰত অভিযোগ দাখিল কৰিব বিচাৰে তেন্তে তেওঁলোকে ‘শপতনামা’ গ্ৰহণ কৰি নিজৰ অভিযোগৰ শুদ্ধ প্ৰমাণ শপতনামাৰ ৰূপত দাখিল কৰিব লাগিব। আয়োগৰ ওপৰত দোষ জাপি ভিত্তিহীন অভিযোগ উত্থাপন কৰি ভোটাৰক লক্ষ্য কৰি লোৱা উচিত নহয়।

ইয়াৰ উত্তৰত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাই এক্স হেণ্ডেলত লিখিছে, “শপত লোৱাৰ বিষয়ে একো নকবা ছাৰ। আয়োগৰ পূৰ্বৰ সংশোধনীবোৰ শুদ্ধ বুলি শপত খাব পাৰিবনে? যদি হয়, তেন্তে এই বিহাৰৰ তালিকাখন মিছা। এই তালিকাখন যদি শুদ্ধ হয়, তেন্তে আপুনি নিজৰ কাৰ্যালয়ৰ পূৰ্বৰ সংশোধনীবোৰ প্ৰমাণ কৰিব নোৱাৰে!”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd