• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্ত্ৰাসবাদীৰ লক্ষ্য এইবাৰ বিৰাট কোহলি! মোদী-শ্বাহকো হত্যাৰ ভাবুকি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2019 2:33 pm
Kohli-+-Modi-+-Shah
4.6k
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদীয়ে এইবাৰ হত্যাৰ ভাবুকি দিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক। লগতে হত্যাৰ ভাবুকি দিয়া হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি কেইবাজনকো।

স্বাভাৱিকতে ৰাজধানী নতুন দিল্লীত বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মঙলবাৰে পুৱাই দিল্লীৰ এ আই এৰ কাৰ্যালয়ত এখন পত্ৰ লাভ কৰা হয়। পত্ৰখন আহিছে অল ইণ্ডিয়া লস্কৰ ই তৈবা নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ পৰা। পত্ৰখনত সন্ত্ৰাসবাদী সংগঠনটোৱে লক্ষ্য কৰি লোৱা এখন তালিকা প্ৰেৰণ কৰিছে।

পত্ৰখনত দাবী কৰা মতে সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ভাৰতৰ বহু কেইজন আগশাৰীৰ তাৰকা তথা ৰাজনৈতিক নেতাক লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকৰ এই লক্ষ্যৰ তালিকা এখনো সদৰী কৰিছে।

সন্ত্ৰাসবাদী সংগঠনটোৰ এই তালিকাৰ শীৰ্ষত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। দ্বিতীয় স্থানত আছে গৃহ মন্ত্ৰী অমিত শ্বাহ।

তালিকাত আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, আৰ এছ এছ প্ৰধান মোহন ভাগৱত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানি।

আনহাতে, এইবাৰ প্ৰথমবাৰৰ বাবে কোনো সন্ত্ৰাসবাদী সংগঠনে লক্ষ্য কৰি লৈছে বিৰাট কোহলিক।

অৱশ্যে, পত্ৰ প্ৰেৰণ কৰা সংগঠনটোৰ প্ৰকৃততে কোনো অস্তিত্ব আছেনে নাই সেই বিষয়ে সংশয় প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। তেওঁলোকে ইয়াক পাকিস্তানৰ এক চক্ৰান্ত বুলিহে ক’ব খোজে।

ইপিনে, কোহলিহতৰ নিৰাপত্তা বিষয়ক লৈ নতুন দিল্লীয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd