• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহান কোহলিৰ ‘বিৰাট’ মন্তব্য! অভিলেখ স্পৰ্শ কৰি ক’লে, তেওঁৰ দৰে কেতিয়াও হ’ব নোৱাৰো, তেওঁৱেই মোৰ হিৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 7:45 am
34.2k
VIEWS
Share on FacebookShare on Twitter

শচীনৰ এদিনীয়াৰ সৰ্বাধিক শতকৰ বিশ্ব অভিলেখ ভংগ কৰাটো কোহলিৰ বাবে এতিয়া মাথোঁ সময়ৰ অপেক্ষা। এইক্ষেত্ৰত বিৰাটে দেওবাৰে অভিলেখ স্পৰ্শ কৰিছিল মাষ্টাৰ ব্লাষ্টাৰৰ। ক্ৰিকেট বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি ভৱিষ্যদ্বাণী কৰি আহিছে যে এদিনীয়া শতকৰ ক্ষেত্ৰত কোহলীয়ে শচীনক অতিক্ৰম কৰিব। শচীনে নিজেই বিচাৰে এই বিশ্ব অভিলেখ কোহলীৰ হাততে হওক।

দেওবাৰে ইডেনত ৪৯ সংখ্যক এদিনীয়া শতক অৰ্জন কৰি বিৰাট কোহলীয়ে শচীন টেণ্ডুলকাৰৰ পৰা বিশেষ বাৰ্তা লাভ কৰে। ছচিয়েল মিডিয়াত শচীনে কোহলীক অভিনন্দন জনাই লিখিছে যে তেওঁৰ ৪৯ৰ পৰা ৫০তম (টেষ্ট) শতকত উপনীত হ’বলৈ ৩৬৫ দিন সময় লাগিছিল। তেওঁ আশা কৰিছে যে অহা কেইদিনমানৰ ভিতৰত অৰ্থাৎ চলিত বিশ্বকাপত কোহলীয়ে নিজৰ অভিলেখ ভংগ কৰি ৫০ সংখ্যক এদিনীয়া শতক অৰ্জন কৰিব।

কোহলীয়ে সদায় শচীনক আদৰ্শ হিচাপে মানি আহিছে। মেচৰ শেষত বিৰাটে নিজৰ অভিলেখ ভংগ কৰাৰ ক্ষেত্ৰত একেবাৰে বিনম্ৰ হৈ পৰিল। ভাৰতীয় সংস্কৃতিৰ প্ৰকৃত বাহক হিচাপে জ্যেষ্ঠ তাৰকাগৰাকীৰ প্ৰতি সন্মানত কোহলীৰ কণ্ঠৰ পৰা নিগৰিল ‘বিৰাট’ মন্তব্য।

শচীনৰ অভিনন্দন বাৰ্তাৰ বিষয়ে অৱগত হোৱাৰ পিছত বিৰাটে কয়, ‘মোৰ নায়কৰ অভিলেখ স্পৰ্শ কৰাটো মোৰ বাবে অতি বিশেষ। মানুহে তুলনা কৰি ভাল পায়। কিন্তু সঁচা কথাটো হ’ল মই কেতিয়াও তেওঁৰ দৰে হ’ব নোৱাৰিম। আমি সকলোৱে  নিখুঁত বেটিঙৰ বাবে তেওঁৰ কথাকে পাতো।’

পিছত বিৰাটে আৰু কয়, ‘মই মোৰ সাধ্য অনুসৰি শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰো। দেশৰ বাবে জয় কঢ়িয়াই আনিবলৈ চেষ্টা কৰো। যিয়েই নহওক শচীন সদায় মোৰ নায়ক হৈ থাকিব। মোৰ বাবে ই এক অতি আৱেগিক মুহূৰ্ত। মই ক’ৰ পৰা আহিছো মই জানো। টিভিত তেওঁৰ খেল চাই ডাঙৰ হোৱা সেই দিনবোৰৰ কথা মনত আছে। গতিকে, আজি এই ঠাইত থিয় হৈ তেওঁৰ পৰা প্ৰশংসা পোৱাটো মোৰ বাবে এক ডাঙৰ কথা।‘

Well played Virat.
It took me 365 days to go from 49 to 50 earlier this year. I hope you go from 49 to 50 and break my record in the next few days.
Congratulations!!#INDvSA pic.twitter.com/PVe4iXfGFk

— Sachin Tendulkar (@sachin_rt) November 5, 2023

উল্লেখ্য যে দেওবাৰে ইডেনত ৫টা বাউণ্ডেৰীৰ সহায়ত বিৰাট কোহলীয়ে ৬৭টা বলত নিজৰ ব্যক্তিগত অৰ্দ্ধশতক সম্পূৰ্ণ কৰে। তেওঁ ১১৯টা বলত ১০টা বাউণ্ডেৰীৰে শতকৰ সীমা অতিক্ৰম কৰে। শেষত বিৰাটে ১২১টা বলত ১০১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

4⃣9⃣ 𝙊𝘿𝙄 𝘾𝙀𝙉𝙏𝙐𝙍𝙄𝙀𝙎!

Sachin Tendulkar 🤝 Virat Kohli

Congratulations to Virat Kohli as he equals the legendary Sachin Tendulkar's record for the most ODI 💯s! 👏#TeamIndia | #CWC23 | #MenInBlue | #INDvSA pic.twitter.com/lXu9qJakOz

— BCCI (@BCCI) November 5, 2023

ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৫ উইকেটত ৩২৬ ৰানৰ বিশাল স্কোৰ কৰে। দক্ষিণ আফ্ৰিকাই ২৭.১ অভাৰত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। খেলখনত ভাৰতে ২৪৩ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd