• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ বজাৰলৈ আহিল 5G স্মার্টফোন; চাওক কি আছে ইয়াত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2020 4:36 pm
_df460954-4681-11ea-b9ea-c2a424b98379

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.5k
VIEWS
Share on FacebookShare on Twitter

বহু অপেক্ষিত 5G স্মার্টফোন আহি ভাৰতৰ বজাৰ পালেহি। 4G ৰ আলোড়নৰ পাছত এইবাৰ স্মাৰ্টফোনৰ গ্ৰাহকৰ বাবে নতুন আকৰ্ষণ হৈ পৰিব এই 5G স্মার্টফোন।

সদ্যহতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক এটা স্মাৰ্টফোনত কথা পাতি থকা দেখি বিভিন্নজনৰ মনত কল্পনা আৰম্ভ হৈছিল। ফোনটোৰ মডেল সম্পৰ্কে জানিবলৈ অনুৰাগীসকল উৎসাহিত হৈ পৰিছিল।

জানিব পৰা মতে, বিৰাট কোহলিৰ হাতত দেখা যোৱা ফোনটো অইন একো নহয়, সেইটো আছিল চীনৰ iQoo কোম্পানীৰ Pro 5G edition হে।

যোৱা বছৰেই এই ফোনটোৱে আত্মপ্ৰকাশ কৰিছিল। এতিয়া শীঘ্ৰেই এইটো ভাৰতৰ বজাৰত অহাৰ প্ৰস্তুতি চলিছে।

চীনৰ iQoo কোম্পানীৰ ফালৰ পৰা কিছুদিন পূৰ্বে  ফোনটো মুকলিৰ এটা টীজাৰ প্ৰকাশ কৰা হৈছিল।

VIVO’ৰ ছাৱ ব্ৰেণ্ডটোৰ ফালৰ পৰা বেংগালুৰুত এটা কাৰ্যালয়ো মুকলি কৰা হৈছে। তদুপৰি, ভাৰতীয় গ্ৰাহকৰ বাবে সুকীয়াকৈ প্ৰস্তুত কৰা হৈছে এটি ৱেবছাইট।

VIVO’ৰ  ফেক্টৰীত নিৰ্মিত বিৰাটৰ হাতত থকা ফোনটোত Snapdragon 855+ চীপছেট আছে বুলি কোম্পানীৰ সূত্ৰত প্ৰকাশ।

অৱশ্যে, ভাৰতলৈ এই ফোনটো অহাৰ সম্ভাৱনা নাই। তাৰ সলনি ভাৰতৰ বজাৰত আহিব লগা VIVO’ৰ ছাৱ ব্ৰেণ্ড iQoo কোম্পানীৰ ফোনটোত Snapdragon 855 চীপছেটৰ লগতে থাকিব পাৰে 44W ফাষ্ট চাৰ্জ ছাপোৰ্ট চিষ্টেম।

Recent News

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd