• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৮ কোটি ছিম কাৰ্দ বন্ধ হ’ব! “যিকোনো সময়তে” ভাৰত এৰিব পাৰে ভ’ডাফ’নে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2019 5:12 pm
Vodafone may shut down operation in India

ছবি সৌজন্য-- উইকিমিদিয়া কমনছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেলিকম অপাৰে’টৰ ভ’ডাফ’নে বৃহৎ লোকচান ভৰাৰ ফলত ভাৰতৰ পৰা টালি-টোপোলা বান্ধিব খুজিছে, বাতৰিত প্ৰকাশ।

বাতৰিমতে, “যিকোনো সময়তে” ভাৰত এৰিব পাৰে ভ’ডাফ’নে।

ভ’ডাফ’ন-আইদিয়াৰ অধীনত সমগ্ৰ দেশত প্ৰায় ৩৮ কোটি ইউজাৰ আছে।

ত্ৰাইৰ তথ্যমতে, আগষ্ট, ২০১৯ত অসমত আছে কোম্পানিটোৰ ৫৫লাখ ইউজাৰ (সঠিক 55,06,387)।

এই সন্দৰ্ভত ভ’ডাফ’ন-আইদিয়াৰ মন্তব্য জানিব খোজাত সংবাদ মাধ্যমক তেওঁলোকে ভ’ডাফ’ন গ্ৰুপৰ কমিউনিকে’চন হে’দ বেন পদৱানক যোগাযোগ কৰিবলৈ কৈছে।

কিন্তু, ১৪ বিলিয়ন এমেৰিকান ডলাৰ ঋণত ডুবি থকা কোম্পানিটোৱে দ্ৰুতগতিত গ্ৰাহক হেৰুওৱাৰ লগতে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশেও তেওঁলোকক বিপদত পেলাইছে।

লোকচানত চলি থকা কোম্পানিটোক শেহতীয়াকৈ আদালতে ৪ বিলিয়ন এমেৰিকান ডলাৰ পৰিশোধৰ নিৰ্দেশ দিছিল।

জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত কোম্পানিটোৱে দেশত প্ৰায় ৫০লাখ ইউজাৰ হেৰুৱাইছে। জুলাইত তেওঁলোকৰ ইউজাৰ আছিল 380020434গৰাকী, আৰু সেয়া গৈ আগষ্টত হৈছেগৈ 375063514গৰাকী।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/10/PR_No.101of2019.pdf” title=”trai data”]

যোৱা বছৰৰ ৩১ আগষ্টত ভ’ডাফ’ন ইন্দিয়া আৰু আইদিয়া চেলুলাৰ একত্ৰীকৰণৰ ফলত কোম্পানিটো ভাৰতৰ সৰ্ববৃহৎ টেলিকম অপাৰে’টৰত পৰিণত হৈছিল।

ভ’ডাফ’ন আইদিয়াত ভ’দাফ’ন গ্ৰুপৰ ৪৫.১% চেয়াৰ থকাৰ বিপৰীতে আইদিয়া চেলুলাৰৰ আছে ২৬% অংশ; বাকীখিনি ৰাজহুৱা চেয়াৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd