NORTHEAST NOW (Assamese)

Online Voter কাৰ্ড Verification-ৰ সময়সীমা বৃদ্ধি; কি দৰে কৰিব Verification

October 13, 2019 10:20 am · এন ই নাও নিউজ
Updated: October 13, 2019 1:38 pm

ভাৰতীয় নিৰ্বাচন আয়োগে Online Voter কাৰ্ড Verification-ৰ সময়সীমা বৃদ্ধি কৰিছে। এই কথা ভাৰতীয় নিৰ্বাচন আয়োগে এক জাননী যোগে জনাইছে।

ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা এই জাননী অনুসৰি  Online Voter কাৰ্ড Verification-ৰ সময়সীমা ১৫ অক্টোবৰৰ সলনি ১৮ নৱেম্বৰলৈ বৃদ্ধি কৰিছে।

উল্লেখযোগ্য যে ভাৰতীয় নিৰ্বাচন আয়োগৰ ‘Electors Verification Programme’ অনুসৰি প্ৰত্যেক পৰিয়ালৰ এজনে লাভ কৰিব Username আৰু password। আৰু লোকজনে পৰিয়ালৰ আটাইকেইজনৰে ইলেক্টৰেল প্ৰচেছৰ লগত জড়িত সকলো তথ্য আপলোড কৰিব লাগিব ।

দেশৰ নিৰ্বাচন আয়োগৰ এই নতুন Electors Verification Programme (EVP) এ দেশৰ সকলো ভোটাৰৰে আপডেট ল’বলৈ গ্ৰহণ কৰিছে এই নতুন পদ্ধতি।

লগতে অনলাইনৰ জৰিয়তে কি দৰে Voter কাৰ্ড Verification কৰিব তাক জানিবলৈ লিংকটো ক্লিক কৰক http://Online Voter কাৰ্ড Verification-ৰ ধাপ সমূহ – লগতে চাওক কি কি দৰকাৰি নথিপত্ৰ সাজু কৰি ৰাখিব লাগিব

Related News