• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ ৮ বছৰীয়া প্ৰেম ঘূৰাই বিচাৰি হাতত প্লেকাৰ্ড লৈ প্ৰেমিকাৰ ঘৰৰ সন্মুখত যুৱকৰ ধৰ্ণা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2019 11:29 am
Bagnan-Dhorna_new 2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ঘটিছে এনে এক ব্যতিক্ৰমী ঘটনা। কিছুদিন পূৰ্বে পশ্চিমবংগৰ ধূপগুড়ি আৰু তুফানগঞ্জত এনে ঘটনা সংঘটিত হোৱাৰ পাছত এইবাৰ ৰাজ্যখনত পুনৰ দেখা গৈছে প্ৰেমিকৰ ৰাজহুৱা বিলাপ।

ৰাজ্যখনৰ বাগনান থানাৰ নবাসন গাঁৱত এগৰাকী প্ৰেমিক যুৱকে প্ৰেমিকাৰ ঘৰৰ সন্মুখত ধৰ্ণা দি সকলোৰে দৃষ্টি কাঢ়িছে।

Apply Now

শনিবাৰে নিজৰ ৮ বছৰীয়া প্ৰেম ওভোটাই দিয়াৰ দাবী তুলি ২৪ বছৰীয়া প্ৰেমিক যুৱকজনে প্ৰেমিকাৰ ঘৰৰ সন্মুখত ধৰ্ণাত বহে।

চলিত বৰ্ষৰ জুন মাহত ধূপগুড়িৰ অনন্ত বৰ্মন নামৰ নামৰ যুৱকজনে প্ৰেমিকা লিপিকা বৰ্মনৰ পৰা তেওঁৰ ৮ বছৰৰ ভালপোৱা ওভোটাই বিচাৰি ধৰ্ণাত বহিছিল।

ইয়াৰ কিছুদিন পাছতে একেদৰে হেৰুওৱা প্ৰেম ওভোটাই বিচাৰি ধৰ্ণাত বহিছিল তুফানগঞ্জৰ সঞ্জয় দাস নামৰ এজন যুৱকে।

অৱশেষত অনন্ত বৰ্মনে সকলো বাধা অতিক্ৰমি লিপিকা বৰ্মনৰ ডিঙিত মালা পিন্ধাবলৈ সক্ষম হৈছিল।

সেই অনুপ্ৰেৰণা লৈয়েই বাগনান নবাসনত ব্যৰ্থ প্ৰেমিক যুৱকজনেও শনিবাৰে নিজৰ হেৰুওৱা প্ৰেম ওভোটাই বিচাৰি প্ৰেমিকা সোমা ওৰফে সোণালী দেড়েৰ ঘৰৰ সন্মুখত ধৰ্ণাত বহে।

হেৰুওৱা প্ৰেম বিচাৰি ধৰ্ণাত বহা শিৱনাথ ৰায় নামৰ যুৱকজনৰ ঘৰ প্ৰেমিকা সোণালীৰ কাষৰ গাঁও পিপুলানত।

যুৱকজনে দাবী কৰে যে বিগত আঠ বছৰ ধৰি সোণালীৰ সৈতে তেওঁৰ প্রেমৰ সম্পর্ক আছিল। কিন্তু স্থানীয় এটা পেপাৰ মিলত মাহিলী পাঁচ হাজাৰ টকাত চাকৰি কৰা শিৱনাথক সোণালীৰ ককায়েক আৰু দেউতাকে সোণালীক বিয়া দিবলৈ ৰাজী নহয়।

কিছুদিন ধৰি সোণালীৰ পৰিয়ালৰ লোকসকলে সোণালীক জোৰ কৰি বুজাই শিৱনাথৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। পৰিয়ালৰ ভয়ত সোণালীয়েও শিৱনাথক এৰাই চলিছে।

নিজৰ দাবীৰ প্ৰমান হিচাপে শিৱনাথে বহুকেইখন ছবি আৰু চিঠি প্ৰদৰ্শন কৰে। ইয়াৰ মাজত আছে সোণালীয়ে শিৱনাথলৈ লিখা চাৰিখন প্ৰেমপত্ৰ।

শিৱনাথে উক্ত ছবি আৰু চিঠি পোষ্টাৰ আকাৰত সোণালীৰ ঘৰৰ সন্মুখত লগাই ধৰ্ণাত বহে। তাত লিখিছে,’’ তোমালোকে যিয়ে যি নোকোৱা কিয় মোৰ ভালপোৱা ওভোটাই বিচাৰো, তোমালোকে যিয়ে যি নোকোৱা কিয় মই সোণালীক বিচাৰো।‘’

সোণালীৰ উদ্দেশ্যে শিৱনাথে পোষ্টাৰত লিখিছে,’’জীৱন যন্ত্ৰণা তুমি নুবুজিলা, মোৰ কামনা মোৰ কাষলৈ উভতি আহা।‘’

শিৱনাথে তেওঁৰ এই কাৰনামা ফেইচবুক লাইভৰ জৰিয়তে ভাইৰেল কৰি দিয়ে। মুহূৰ্ততে নবাসন গাঁও লোকে লোকাৰণ্য হৈ পৰে।

সোণালী বৰ্তমান স্নাতক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী। সোণালীৰ পৰিয়ালে জানিব দিয়া মতে কিছুদিন পূৰ্বে দুজনৰ বিয়াৰ সন্দৰ্ভত শিৱনাথৰ পৰিয়ালৰ সৈতে কখা হওতে তেওঁলোকে মোটা অংকৰ টকা যৌতুক হিচাপে দাবী কৰাৰ বাবে বিয়াখন সম্ভৱ নহ’ল।

তেওঁলোকে লগতে কয় যে ছোৱালীজনী নাবালিকা হৈ থাকোতে ভুল কৰি ল’ৰাজনক ভাল পাইছিল। তাই এতিয়া ডাঙৰ হৈছে আৰু কথাবোৰ বুজি পোৱা হৈছে। সেয়েহে, তাই এতিয়া শিৱনাথৰ সৈতে বিয়াত বহিবলৈ সন্মত নহয়।

ইপিনে, শিৱনাথৰ মাহীয়েকে জানিবলৈ দিয়ে যে শিৱনাথ আৰু সোণালী দুয়ো দুয়োকে সৰুৰে পৰা ভাল পাইছিল। কিন্তু এতিয়া ছোৱালীজনীক আঁতৰাই নিয়া হৈছে। তেওঁলোকে বিচাৰে শিৱনাথৰ জীৱনৰ আঠবছৰৰ সেই প্ৰেম ভালপোৱা ছোৱালী পক্ষই ঘুৰাই দিয়ক।

বৰ্তমানলৈ ছোৱালী পক্ষই বিয়াৰ বাবে সন্মতি প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে।               

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd