• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ এটা SMS প্ৰেৰণ কৰি অচল হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আপোনাৰ পান কাৰ্ড খন, কেনেকৈ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2021 11:35 am
a adhar
282
VIEWS
Share on FacebookShare on Twitter

মাজত মাত্ৰ আৰু কেইটামান দিন। চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট দিনৰ ভিতৰত যদি আপুনি আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰ যুক্ত নকৰে তেন্তে অচল হৈ পৰিব  পান কাৰ্ড খন।

আধাৰৰ সৈতে পান কাৰ্ড যুক্ত কৰাৰ বাবে চৰকাৰে চলিব বৰ্ষৰ ৩১ মাৰ্চৰ দিনটো অন্তিম দিন হিচাবে ধৰি দিছে।

এই দিনটোৰ ভিতৰত আধাৰৰ সৈতে পান কাৰ্ড যুক্ত নকৰিলে কোনো আৰ্থিক লেন-দেন বা কৰৰ তথ্য দাখিলৰ ক্ষেত্ৰত লোক এজনৰ পান কাৰ্ড খন অৰ্থহীন হৈ পৰিব।

সেয়ে যিসকল লোকে এতিয়ালৈকে আধাৰৰ সৈতে পান কাৰ্ড যুক্ত কৰা নাই তেওঁলোকে ৩১ মাৰ্চৰ ভিতৰত কেইটামান বিশেষ পদ্ধতিৰে আধাৰৰ সৈতে পান কাৰ্ড যুক্ত কৰিব পাৰিব।

দৰাচলতে আধাৰ হৈছে Unique Identification Authority of India (UIDAI)-এ প্ৰদান কৰা এটা ১২ ডিজিটৰ নম্বৰ।

একেদৰে পান হৈছে কৰ বিভাগে প্ৰদান কৰা এটা ১০ ডিজিটৰ নম্বৰ।

এই নম্বৰ দুটা SMS ৰ জৰিয়তে এক বিশেষ পদ্ধতিৰে প্ৰেৰণ কৰি মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আপুনি পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰাৰ বাবে আবেদন জনাব পাৰে।

SMS ৰ জৰিয়তে পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰিবলৈ আপুনি এই পদক্ষেপ কেইটা গ্ৰহণ কৰক—

UIDPAN<space><12 digit Aadhaar><space><10 digit PAN>

প্ৰথমে UIDPAN বুলি টাইপ কৰি তাৰপিছত স্পেছ দিব, স্পেছৰ পিছত ১২ ডিজিটৰ আধাৰ নম্বৰ টাইপ কৰিব,আকৌ স্পেছ দিব, তাৰপিছত ১০ ডিজিটৰ পান নম্বৰটো টাইপ কৰি সেয়া ৫৬৭৬৭৮ নাইবা ৫৬১৬১ নম্বৰলৈ পঠিয়াই দিয়ক।

এনেদৰে অতি সাধাৰণ প্ৰক্ৰিয়াৰে আপুনি আধাৰৰ সৈতে পান কাৰ্ড সংযুক্ত কৰিব পাৰিব।

Recent News

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

ৰাজনৈতিক যুঁজ হওক নিৰ্বাচনত, ইডিক কিয় ব্যৱহাৰ কৰা হৈছে? তুলাধুনা উচ্চতম ন্যায়ালয়ৰ

ৰাজনৈতিক যুঁজ হওক নিৰ্বাচনত, ইডিক কিয় ব্যৱহাৰ কৰা হৈছে? তুলাধুনা উচ্চতম ন্যায়ালয়ৰ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

ঢাকাৰ স্কুলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মেড ইন চাইনা! মৃত্যু ২২ জনৰ; অগ্নিদগ্ধ ১৫০তকৈও অধিক

ঢাকাৰ স্কুলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মেড ইন চাইনা! মৃত্যু ২২ জনৰ; অগ্নিদগ্ধ ১৫০তকৈও অধিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd