• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লেনিন শব্দই হ’ল কাল! কি হৈছে তৃণমূলৰ? পশ্চিম বংগৰ চৰকাৰে বাতিল কৰিলে ঋতিক ঘটকৰ ছবিৰ প্ৰদৰ্শন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 1:15 pm
149
VIEWS
Share on FacebookShare on Twitter

তৃণমূল কংগ্ৰেছে বংগত ঋত্বিক ঘটকৰ ছবিৰ প্ৰদৰ্শনী বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ কলকাতাৰ নকতালা অঞ্চলৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি ছবিখনৰ শিৰোনামত ‘লেনিন’ শব্দটো থকাৰ বাবেই শাসকীয় দলৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল কৰ্তৃপক্ষ। যাৰ বাবে বিদ্যালয়খনে ছবি খনৰ প্ৰদৰ্শন বাতিল কৰিবলৈ বাধ্য হয়।

এই বিদ্যালয়খন হৈছে শাসকীয় দলৰ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান দুৰ্নীতিৰ গোচৰত কাৰাবন্দী হৈ থকা পাৰ্থ চেটাৰ্জীৰ চুবুৰীৰ নকতালা হাইস্কুল। সেই বিদ্যালয়তে ঋত্বিক ঘটকৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দুখন ছবি ‘কোমল গন্ধাৰ’ আৰু ‘আমাৰ লেনিন’ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ১০ ফেব্ৰুৱাৰী সোমবাৰে সন্ধিয়া ৬:৩০ বজাৰ পৰা এই প্ৰদৰ্শনী আৰম্ভ হোৱাৰ কথা আছিল।

উদ্যমী সংস্থা ‘সেতু’ৰ হৈ বিদ্যালয়ৰ অধ্যক্ষৰ পৰাও ছবি খন প্ৰদৰ্শন কৰাৰ বাবে যাৱতীয় অনুমতি গ্ৰহণ কৰা হয়। কিন্তু প্ৰচাৰমূলক বেনাৰ, প্ৰচাৰ পত্ৰিকা, বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই দুখন ছবিৰ নাম উল্লেখ কৰা হয়। লগতে উদ্যোক্তাসকলে বিদ্যালয়ৰ সকলো শিক্ষককে এই বিক্ষোভত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়।

অভিযোগ অনুসৰি ৫ ফেব্ৰুৱাৰীত হঠাতে বিদ্যালয়ৰ অধ্যক্ষই আয়োজক সকলক কয়, “কিছুমানে লোকে ভাবুকি দিছে যে এই ছবি প্ৰদৰ্শন হ‘লে বিদ্যালয়খন ভাঙি পেলোৱা হ‘ব। তেওঁলোকৰ আপত্তি বিশেষকৈ “আমাৰ লেনিন” চিনেমাখনৰ বিৰুদ্ধে।

তাৰ পাছত ‘আমাৰ লেনিন’ চিনেমাখন বাদ দি কেৱল ‘কোমল গন্ধৰা’ ছবিখনহে দেখুৱাবলৈ অনুমতি দিয়া হ’ব নেকি বুলি অনুৰোধ কৰিছিল আয়োজক সকলে। অৱশ্যে তাতো আপত্তি আছিল অধ্যক্ষ তথা তৃণমূল কৰ্মীৰ।

ইয়াৰ পিছত সংস্থাটোৱে স্থানীয় ক্লাৱ বোহনীত ছবিখন প্ৰদৰ্শনৰ অনুমতি বিচাৰিছিল। যদিও প্ৰথমে ক্লাব কৰ্তৃপক্ষই অনুমতি প্ৰদান কৰিছিল, পিছত কোৱা হৈছিল যে তেওঁলোকে কোনো ছবি প্ৰদৰ্শন কৰিবলৈ অনুমতি দিব নোৱাৰে। কাৰণ তেওঁলোকৰ ওপৰত ‘চাপ’ আছে।

ফলত সংস্থাটোৱে সাময়িকভাৱে চলচ্চিত্ৰ প্ৰদৰ্শনী স্থগিত ৰাখিছে। অৱশ্যে উদ্যোগীসকলে জনাইছে যে শীঘ্ৰে মুকলি ৰাজপথত ছবি দুখন প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd