প্ৰবীণ ৰাজনীতিবিদ যশৱন্ত সিন্‌হাৰ সৈতে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ আছুতীয়া সাক্ষাৎকাৰ

বিজেপিয়ে পূৰ্ণ বহুমত নোপোৱাৰ পাছতো দলৰ গুৰুত্বপূৰ্ণ নেতাই মোদীৰ বিৰুদ্ধে মুখ খুলিব নোৱাৰাটোৱে কি সূচায়?
বিজেপিৰ প্ৰাক্তন নেতা আৰু পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰবীণ ৰাজনীতিবিদ যশৱন্ত সিন্‌হাৰ সৈতে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ আছুতীয়া সাক্ষাৎকাৰ…

মোদীয়ে এইবাৰ কেতিয়াও আগৰ দৰে দম্ভালি মাৰিব নোৱাৰিব৷এক্সিট পোলৰ লগত ষ্টক মাৰ্কেটৰ উত্থান-পতনৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে সঠিক প্ৰশ্নই উত্থাপন কৰিছে৷যিবোৰ ৰাজ্যত কংগ্ৰেছে ভাল ফল দেখুৱাব পৰা নাই তাত তেওঁলোকে নেতৃত্ব সলনি কৰা উচিত৷বিজেপিৰ প্ৰাক্তন নেতা আৰু পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰবীণ ৰাজনীতিবিদ যশৱন্ত সিন্‌হাৰ সৈতে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ আছুতীয়া সাক্ষাৎকাৰ…