• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিবনুৱা সমস্যাই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ : চাফাইকৰ্মীৰ পদৰ বাবে আবেদন হাজাৰ হাজাৰ স্নাতকোত্তৰ প্ৰাৰ্থীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 28, 2024 4:17 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত বিপদত পৰিছে বিজেপি চৰকাৰ। প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ মুখ ঠেকেছা খাইছে হাৰিয়ানাৰ চৰকাৰে।  ভোটবেংকৰ স্বাৰ্থত বিজেপি চৰকাৰে চৰকাৰী খালী পদৰ বাবে নিযুক্তি আৰম্ভ কৰিছে। কিন্তু নিযুক্তি প্ৰক্ৰিয়াত বিপদৰ মুখামুখি হৈছে বিজেপি চৰকাৰ।

হাৰিয়ানা চৰকাৰে আৰম্ভ কৰিছে চাফাইকৰ্মীৰ বাবে নিযুক্তি প্ৰক্ৰিয়া। এই পদৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ প্ৰাৰ্থীয়ে।

Apply Now

ইয়াৰ পিছতে সৰব হৈ পৰিছে কংগ্ৰেছ দো। কংগ্ৰেছে এই কথাটোক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰিছে।

উল্লেখ্য যে দেশৰ সকলো ৰাজ্যতে কম বেছি পৰিমাণে নিবনুৱাৰ সমস্যা আছে। নিৰ্বাচনৰ পূৰ্বে নিবনুৱা সমস্যা সমাধান কৰিব বিচাৰে সকলো চৰকাৰে। যাতে বিৰোধী শিবিৰে নিবনুৱা সমস্যাক লৈ প্ৰচাৰ চলাব নোৱাৰে। লোকসভা নিৰ্বাচনত হাৰিয়ানাত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল। ১০ খন আসনৰ ভিতৰত ৫ খন আসনত জয়ী হয়। সেই সময়তো ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাই আছিল কংগ্ৰেছৰ আহিলা।

গতিকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই কথা মনত ৰাখি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে ৰাজ্যখনত ৫০ হাজাৰ খালী পদৰ নিযুক্তি আৰম্ভ হ’ব। ইয়াৰ পৰা দেখা যায় যে প্ৰায় ৪০ হাজাৰ স্নাতক আৰু প্ৰায় ৬ হাজাৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে ছুইপাৰ পদৰ বাবে আবেদন কৰিছে। সেই কামৰ মাহিলী দৰমহা ১৫ হাজাৰ টকা।

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে, শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত হাৰিয়ানাৰ যুৱক-যুৱতীসকলক লগ পাইছিলোঁ। আমেৰিকাত চোৰাংভাৱে সোমাই ট্ৰাক চলাই আছে। দুৰ্ঘটনাত আহত হ’লেও তেওঁ ঘৰলৈ উভতি যাব পৰা নাই। তেওঁলোকে মোক তেওঁলোকৰ সমস্যাবোৰ কৈছে। আজি বিজেপিৰ ভুল নীতিৰ বাবে পৰিয়ালৰ পৰা বহু দূৰত কাম কৰিবলৈ বাধ্য হৈছে তেওঁলোক।

ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ ১৫ৰ পৰা ২৯ বছৰীয়া প্ৰতি তিনিজনৰ ভিতৰত এজন নিবনুৱা।

পুনৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা ভূপেন্দ্ৰ সিং হুডাই কয়, “হাৰিয়ানাত নিবনুৱাৰ হাৰ ৩৪ শতাংশ।” ৰাজ্য চৰকাৰত খালী হৈছে ২ লাখৰো অধিক পদ। চৰকাৰে স্থায়ী পদত নিযুক্তি দিয়া নাই। সকলোতে ঠিকাভিত্তিক শ্ৰমিক। যিসকলে সময়মতে দৰমহা পোৱা নাই। এইদৰেই বিজেপিয়ে চৰকাৰ চলাব বিচাৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd