DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

NRC ক লৈ কি পোষকতা কৰিলে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

শপতগ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী শৰ্মাই NRC সন্দৰ্ভত স্পষ্ট কৰিলে কেতবোৰ বিশেষ সিদ্ধান্ত

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
May 10, 2021 3:23 pm
kkww
421
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বলৈকে ৰাজ্যৰ ৰাজনীতি তোলপাৰ কৰি ৰখা বিষয় আছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।

চুড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পালে যদিও উচ্চতম ন্যায়ালয়ৰ মজিয়া পোৱাত গোটেই বিষয়টোতে ধৰা পৰিল নানান  আসোঁৱাহ।

সকলোৰে লক্ষ্য আছিল পৰৱৰ্তী চৰকাৰখনে  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ সঠিক ৰূপায়ণ কৰিব নে নাই সেই বিষয়ৰ প্ৰতি।

তেনে সময়তে শপতগ্ৰহণ কৰি নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NRC সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা প্ৰথমখন সংবাদমেলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰসংগত কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

নাগৰিকপঞ্জীক লৈ স্পষ্ট নীতি আৰু স্পষ্ট স্থিতি সন্দৰ্ভত উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই NRCৰ পুনৰ নিৰীক্ষণৰ পোষকতা কৰিলে ।

তেওঁ কয় ‘সীমান্ত জিলা সমূহত ২০% পুনৰ নিৰীক্ষণ আৰু সীমান্ত জিলা সমূহক বাদ দি ১০% নিৰীক্ষণৰ ব্যৱস্থা কৰা  হ’ব।কোনো ধৰণৰ খেলি মেলি ন’হলে আগৰ NRC খনেই মনা হ’ব আৰু যদিহে ব্যাপক খেলি মেলি দেখা যায় তেনেহলে পুনৰ নিৰীক্ষণৰ বাবে উচ্চতৰ ন্যায়ালয়ত আবেদন জনোৱা হ’ব।‘

‘আমি জনজাতীয় লোকসকলৰ সমস্যাবোৰ সমাধান কৰিম।বহু কেইটা সমাধান সূত্ৰ আলোচনা কৰা হৈছে আৰু মই নিশ্চিত যে তাৰেই এটা সমাধান সূত্ৰ লগত ৰাখি আমি আগবাঢ়ি যাব পাৰিম।‘ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এইদৰে কয় হিমন্তই।

Recent News

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd