• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাণঘাতী ‘নিও ক’ভ’! কোভিডৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2022 5:27 pm
229
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ অ’মিক্ৰণ ভেৰিয়েন্টৰ পাছত এইবাৰ ‘নিও ক’ভ’ নামৰ ভেৰিয়েন্টে পুনৰ আতংকৰ সৃষ্টি কৰিছে। পূৰ্বৰ আটাইবোৰ ভেৰিয়েন্টৰ তুলনাত এইটো আটাইতকৈ অধিক প্ৰাণঘাতী বুলি কোৱা হৈছে।

ইপিনে, চীনৰ গৱেষকসকলে দাবী কৰা মতে দক্ষিণ আফ্ৰিকাৰ বাদুলীৰ মাজত এইটো বিয়পি পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই ‘নিও ক’ভ’ক লৈ আৰু অধিক গৱেষণা হোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে।

চীনৰ বিজ্ঞানীসকলে শেহতীয়াকৈ ছাৰ্ছ-ক’ভ-২ বা মূল কৰ’না ভাইৰাছৰ এটা ৰূপান্তৰিত ভেৰিয়েন্টৰ সন্ধান লাভ কৰিছে। নতুন এই ভাইৰাছৰ বৈজ্ঞানিক নাম হৈছে পিডিএফ-২১৮০-ক’ভ। অৱশ্যে সাধাৰণভাৱে ইয়াৰ নাম দিয়া হৈছে ‘নিও ক’ভ’।  

লগতে পঢ়ক: ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

তেওঁলোকে জানিবলৈ দিয়া মতে মূল কৰ’না ভাইৰাছ আৰু ইয়াৰ যিমানবিলাক ৰূপান্তৰিত ভেৰিয়েন্ট চিনাক্ত হৈছে সেই সকলোবোৰৰ ভিতৰত ‘নিও ক’ভ’ আটাইতকৈ সংক্ৰামক তথা প্ৰাণঘাতী।

আনহাতে, এতিয়ালৈকে ভাইৰাছটোৰ উপস্থিতি দক্ষিণ আফ্ৰিকাৰ কিছুমান বাদুলীৰ মাজত পোৱা গৈছে। ইয়াৰ দ্বাৰা এতিয়ালৈকে কোনো মানুহ আক্ৰান্ত হোৱাৰ তথ্য পোৱা হোৱা নাই।

শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিযোগে জানিবলৈ দিছে,’’ছাৰ্ছ ভাইৰাছৰ বৃহৎ পৰিয়ালৰ এক সদস্য হৈছে ছাৰ্ছ-ক’ভ-২ বা মূল কৰ’না ভাইৰাছ। এই ভাইৰাছৰ পৰিয়ালৰ সদস্যসকলে সাধাৰণ পানীলগা জ্বৰৰ পৰা আৰম্ভ কৰি প্ৰাণঘাতী জটিল শ্বাসতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

লগতে পঢ়ক:এইবাৰ শিৱসাগৰ পৌৰসভা দখলৰ লক্ষ্য বিধায়ক অখিল গগৈৰ

অৱশ্যে নতুন ভেৰিয়েন্ট ‘নিও ক’ভ’ সম্পৰ্কে অধিক গৱেষণাৰ পাছতহে ই কিমান প্ৰাণঘাতী সেয়া জানিব পৰা হব বুলি জনায় বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাই লগতে এই ভেৰিয়েন্টটো চিনাক্ত কৰা বাবে চীনৰ উহানৰ গৱেষকসকলক ধন্যবাদো জনায়।   

Recent News

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd