• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকাশতে খুলি পৰিল চকা, জৰুৰীকালীন অৱতৰণ যাত্ৰী ভৰ্তি বয়িং বিমানৰ; কঁপি উঠিল যাত্ৰীৰ বুঁকু!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 9:25 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমানখন উৰণৰ প্ৰায় লগে লগে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ’ল। উৰন্ত বিমানখনৰ চকা খুলি বাগৰি পৰিল ৰাস্তাত থকা গাড়ীৰ ওপৰত। বয়িং ৭৭৭ নামৰ যাত্ৰীবাহী বিমান এখনে আমেৰিকাৰ এখন প্ৰদেশৰ পৰা জাপানলৈ উৰা মৰাৰ কিছু সময়ৰ পিছতে বৃহস্পতিবাৰে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

টেক অফৰ পিছতে বিমানৰ চকা খুলি পৰে। কেৱল সেয়াই নহয়, ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এই ভয়াবহ ঘটনাটো দেখা গৈছে।

ভিডিঅ’টোত দেখা গৈছে যে ইউনাইটেড এয়াৰলাইন্সৰ বিমানখন উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে এটা চকা খুলি পৰে।

লগতে পঢ়কঃ “মই মেছিৰ দেশৰ মানুহ”, কিংবদন্তিৰ নাম শুনিয়েই হামাছে মুকলি কৰি দিলে বৃদ্ধা মহিলাক!

অনলাইনত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে ইউনাইটেড এয়াৰলাইন্সৰ এখন বিমান ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰাৰ কেইছেকেণ্ডমানৰ পিছত চকাটো খুলি পৰিছে। বিমানবন্দৰৰ কৰ্মচাৰীৰ গাড়ীৰ ওপৰত পৰে চকাটো। কাৰণ গাড়ী পাৰ্কিং এলেকাটো বিমানবন্দৰৰ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰে। তাত কেইবাখনো গাড়ীৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে।

বয়িঙে কেইবাটাও মান নিয়ন্ত্ৰণ সমস্যাৰ সন্মুখীন হৈছে। অতি শেহতীয়াকৈ জানুৱাৰী মাহত উৰণৰ সময়ত বয়িং ৭৩৭ মেক্স ৯ বিমানৰ দুৱাৰ খুলি গৈছিল। সেই ঘটনাত কোনো লোক আহত হোৱা নাছিল যদিও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ১৯ দিনীয়া জৰুৰীকালীন গ্ৰাউণ্ডিং আৰম্ভ হৈছিল।

✈️United flight UA35 diverted to Los Angeles today after losing a wheel on takeoff 🚨 Via @FlightEmergency

View #UA35's data at
https://t.co/F63EfWkMAN pic.twitter.com/0bSSQE6UKu

— RadarBox (@RadarBoxCom) March 7, 2024

অৱশ্যে ওছাকা অভিমুখী বিমানখনত ২৪৯ জন যাত্ৰী থকাৰ কথা উল্লেখ কৰি ইউনাইটেড এয়াৰলাইন্সে কয় যে বয়িং ৭৭৭ বিমানখনৰ প্ৰতিটো মূল লেণ্ডিং গিয়াৰত ছটা চকা আছিল আৰু ইয়াৰে কিছুমান ক্ষতিগ্ৰস্ত হৈছে যদিও নিৰাপদে অৱতৰণ কৰিব পাৰে। সেয়ে, বিমানখন লছ এঞ্জেলছলৈ ডাইভাৰ্ট কৰা হয় য’ত বিমানখন নিৰাপদে অৱতৰণ কৰা হয়। এই সন্দৰ্ভত আমেৰিকাৰ ফেডাৰেল বিমান পৰিবহন কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd