• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকাশতে খুলি পৰিল চকা, জৰুৰীকালীন অৱতৰণ যাত্ৰী ভৰ্তি বয়িং বিমানৰ; কঁপি উঠিল যাত্ৰীৰ বুঁকু!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 9:25 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমানখন উৰণৰ প্ৰায় লগে লগে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ’ল। উৰন্ত বিমানখনৰ চকা খুলি বাগৰি পৰিল ৰাস্তাত থকা গাড়ীৰ ওপৰত। বয়িং ৭৭৭ নামৰ যাত্ৰীবাহী বিমান এখনে আমেৰিকাৰ এখন প্ৰদেশৰ পৰা জাপানলৈ উৰা মৰাৰ কিছু সময়ৰ পিছতে বৃহস্পতিবাৰে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

টেক অফৰ পিছতে বিমানৰ চকা খুলি পৰে। কেৱল সেয়াই নহয়, ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এই ভয়াবহ ঘটনাটো দেখা গৈছে।

ভিডিঅ’টোত দেখা গৈছে যে ইউনাইটেড এয়াৰলাইন্সৰ বিমানখন উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে এটা চকা খুলি পৰে।

Apply Now

লগতে পঢ়কঃ “মই মেছিৰ দেশৰ মানুহ”, কিংবদন্তিৰ নাম শুনিয়েই হামাছে মুকলি কৰি দিলে বৃদ্ধা মহিলাক!

অনলাইনত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে ইউনাইটেড এয়াৰলাইন্সৰ এখন বিমান ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰাৰ কেইছেকেণ্ডমানৰ পিছত চকাটো খুলি পৰিছে। বিমানবন্দৰৰ কৰ্মচাৰীৰ গাড়ীৰ ওপৰত পৰে চকাটো। কাৰণ গাড়ী পাৰ্কিং এলেকাটো বিমানবন্দৰৰ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰে। তাত কেইবাখনো গাড়ীৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে।

বয়িঙে কেইবাটাও মান নিয়ন্ত্ৰণ সমস্যাৰ সন্মুখীন হৈছে। অতি শেহতীয়াকৈ জানুৱাৰী মাহত উৰণৰ সময়ত বয়িং ৭৩৭ মেক্স ৯ বিমানৰ দুৱাৰ খুলি গৈছিল। সেই ঘটনাত কোনো লোক আহত হোৱা নাছিল যদিও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ১৯ দিনীয়া জৰুৰীকালীন গ্ৰাউণ্ডিং আৰম্ভ হৈছিল।

✈️United flight UA35 diverted to Los Angeles today after losing a wheel on takeoff 🚨 Via @FlightEmergency

View #UA35's data at
https://t.co/F63EfWkMAN pic.twitter.com/0bSSQE6UKu

— RadarBox (@RadarBoxCom) March 7, 2024

অৱশ্যে ওছাকা অভিমুখী বিমানখনত ২৪৯ জন যাত্ৰী থকাৰ কথা উল্লেখ কৰি ইউনাইটেড এয়াৰলাইন্সে কয় যে বয়িং ৭৭৭ বিমানখনৰ প্ৰতিটো মূল লেণ্ডিং গিয়াৰত ছটা চকা আছিল আৰু ইয়াৰে কিছুমান ক্ষতিগ্ৰস্ত হৈছে যদিও নিৰাপদে অৱতৰণ কৰিব পাৰে। সেয়ে, বিমানখন লছ এঞ্জেলছলৈ ডাইভাৰ্ট কৰা হয় য’ত বিমানখন নিৰাপদে অৱতৰণ কৰা হয়। এই সন্দৰ্ভত আমেৰিকাৰ ফেডাৰেল বিমান পৰিবহন কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd