• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“মই মেছিৰ দেশৰ মানুহ”, কিংবদন্তিৰ নাম শুনিয়েই হামাছে মুকলি কৰি দিলে বৃদ্ধা মহিলাক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 8:19 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ এজন কিংবদন্তি খেলুৱৈ। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ অনুৰাগীসকলে তেওঁৰ ভৰিৰ ওচৰত বলটো অহাৰ লগে লগে উল্লাসত গৰ্জন কৰি উঠে। কিন্তু কেৱল লিয়নেল মেছিৰ নাম শুনিয়েই অন্তৰ গলিল হামাছৰ! এনে দাবী ৯০ বছৰীয়া বৃদ্ধা কিবুটজ নিৰ অজৰ। ইজৰাইলৰ বাসিন্দা এই বৃদ্ধাগৰাকীক হেনো পণবন্দী কৰি ৰাখিব বিচাৰিছিল। কিন্তু তেওঁলোকে তেওঁক কেৱল মেছিৰ নাম শুনিয়েই অপহৰণ কৰা নাছিল। কিবুটজে এই অভিজ্ঞতাটোৰ কথা নিজেই কৈছে এখন নিৰ্মাণাধীন তথ্যচিত্ৰত।

দৰাচলতে কি ঘটিছিল? যোৱা অক্টোবৰ মাহত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। ফলত টেল আভিভে গাজাক আক্ৰমণ কৰে। যোৱা কেইমাহমানৰ পৰা চলি আছে এই ৰক্তাক্ত সংঘাত। পাঁচ মাহ পূৰ্বে হামাছে সেই আক্ৰমণত কেইবাজনো ইজৰাইলীক পণবন্দী কৰি লৈছিল।

লগতে পঢ়কঃ ধিক্! ৰাজপথত নামাজ পঢ়া মুছলমান ব্যক্তিক গোৰ শোধালে আৰক্ষীয়ে

Apply Now

হামাছৰ উগ্ৰপন্থীয়ে ঘৰে ঘৰে প্ৰৱেশ কৰি বহু লোকক অপহৰণ কৰিছিল। সেই সময়ত তেওঁলোকৰ মুখামুখি হয় ৯০ বছৰীয়া মহিলাগৰাকীৰ। তাৎক্ষণিক বিপদৰ কথা উপলব্ধি কৰি তেওঁ ক’লে, “তোমালোকে ফুটবল চোৱা নে নাই?” হামাছৰ এজন উগ্ৰপন্থীয়ে মূৰ জোকাৰি হয় বুলি কোৱাৰ সময়তে বৃদ্ধাই ক’লে যে মই মেছিৰ দেশৰ পৰা আহিছো।‘’

নিজৰ আৰ্জেণ্টিনাৰ শিপাৰ কথা উল্লেখ কৰি তেওঁ এনেদৰেই মেছিৰ নাম আনিছিল। আৰু তাৰ ফল হয় যাদুৰ দৰে। হামাছৰ এজন উগ্ৰপন্থীয়ে কয় যে “মই মেছিক ভাল পাওঁ।‘’ শেষত হামাছৰ উগ্ৰপন্থীয়ে বৃদ্ধাগৰাকীক অপহৰণ নকৰিলে। বৰঞ্চ মেছিৰ অনুৰাগী উগ্ৰপন্থীজনে তেওঁৰ সৈতে এখন ফটো তুলিও থৈ যায়।

A 90-year-old Argentine woman avoided being kidnapped by Hamas members in Israel thanks to mentioning Messi, which led one of the attackers to take a photo with her and then leave.

The woman said: "I'm from where Messi is from…" Then the attacker took a photo with her and… pic.twitter.com/I4n32WeRap

— All About Argentina 🛎🇦🇷 (@AlbicelesteTalk) March 7, 2024

কিন্তু কিবুটজক ৰেহাই দিলেও তেওঁৰ পৰিয়ালৰ ৮ জন সদস্যক অপহৰণ কৰা হয়। অৱশ্যে পিছত হামাছে ৫জনক মুকলি কৰি দিছে। কিন্তু উগ্ৰপন্থীয়ে এতিয়াও বৃদ্ধাগৰাকীৰ দুটি নাতি-নাতিনী আৰু তেওঁলোকৰ এগৰাকী বান্ধৱীক নিজৰ লগত ৰাখিছে। তেওঁলোকৰ মুক্তিৰ আশাত থকাৰ লগতে বৃদ্ধাৰ আন এক ইচ্ছাও আছে। সেইটো হ’ল, এই খবৰটো যাতে এবাৰ গৈ মেছিৰ ওচৰ পায়। তেওঁ যেন জানিব পাৰে যে কেৱল তেওঁৰ নাম শুনিয়েই হামাছে এগৰাকী বৃদ্ধাক মুকলি কৰি দিছিল।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd