• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছেবাৰ কৰ্মকাণ্ডক লৈ কিয় নিমাত এবিভিপি, ভাৰতীয় জনতা যুৱ মৰ্চা ? : অসম তৃণমূল যুৱ কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2023 5:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অকৰ্ণমন্যতাক লৈ সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছ৷ ইতিপূৰ্বে মেট্ৰিক পৰীক্ষাত বিজ্ঞানৰ আৰু অসমীয়া বিষয়ৰ প্রশ্ন কাকত ফাদিল হোৱাক লৈ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগ দাবী কৰি শুকুৰবাৰে দিশপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে অসম তৃণমূল কংগ্ৰেছে। সংবাদমেলত অসম তৃণমূল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বন্দীপ দত্তই ছেবাৰ চৰম গাফিলতিক সমালোচনা কৰাৰ লগতে শাসকীয় বিজেপি দলৰ ভগ্নী সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৌনতাৰ সন্দৰ্ভত প্রশ্ন উথাপন কৰে।

লগতে পঢ়কঃ SEBA ৰ কাণ্ডজ্ঞানহীনতা! গণিতত ৫৩ নম্বৰ পোৱা ছাত্ৰই ১০০ নম্বৰৰে লাভ কৰিলে অসমৰ ভিতৰত দশম স্থান 

চূড়ান্ত বেমেজালিৰ পৰিৱেশ সৃষ্টি কৰি অসম মাধ্যমিক শিক্ষা পৰিষদক কোনো ব্যক্তিগত এজেঞ্চীৰ ওচৰত অৰ্পণ কৰাৰ ষড়যন্ত্ৰ চলা বুলি অভিযোগ কৰে তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিজনে। দত্তই লগতে ছেবাৰ গাফিলতি সন্দৰ্ভত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ মৌনতাৰ ওপৰতো প্রশ্ন উত্থাপন কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভাপতি প্ৰফেছাৰ ৰবীন কাকতিক আক্ৰমণৰ লক্ষ্য কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি দত্তই কয়,“এখন চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষক হৈ অধ্যাপক ৰবীন কাকতি কেনেকৈ এটা ৰাজনৈতিক ছাত্র সংগঠনৰ সভাপতি হ’বলৈ পালে?এই বিষয়টোত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে চকু দিয়া উচিত।”

লগতে পঢ়কঃ SEBAৰ ল’ৰা ধেমালি! প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি ক’লে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে?

সংবাদমেলত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উথাপন কৰে তৃণমূলৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, “বিজেপি দলৰ যুৱ মৰ্চাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ দখল কৰি থকাৰ পাছতো সিদ্ধাংকু অংকুৰ বৰুৱাই কিয় অসমৰ শিক্ষাৰ্থী সমাজৰ হৈ মাত মতা নাই? ছাত্ৰ–ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি ছেবাৰ বিৰুদ্ধে এবিভিপি বা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিদ্বয়ক শীঘ্ৰে প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনাইছোঁ। তিনিদিনৰ ভিতৰত যদি তেওঁলোকে ছেবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট নকৰে, তেন্তে অসম তৃণমূল যুৱ কংগ্ৰেছে সংগঠন দুটাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তেওঁলোকৰ স্বৰূপ অসমবাসীৰ উদঙাই দিবলৈ বাধ্য হ‘ব।”

লগতে পঢ়কঃ নতুন শিক্ষানীতিয়ে AHSECলৈ আনিছে অশনি সংকেত! : SEBAৰ অধ্যক্ষ আৰ চি জৈনৰ বিৰুদ্ধে সৰৱ AHSECৰ অধ্যক্ষ

সংবাদমেলত দত্তই নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বাজেটত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্রকাশ কৰে। এই সন্দৰ্ভত দত্তৰ মন্তব্য,“বৰ্তমান ৰাজ্যত নিবনুৱাৰ সংখ্যা ৩০ লাখ। এনে অৱস্থাত বাজেটত মাত্ৰ 8০ হাজাৰ নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়াটোৱেই নিবনুৱা সমস্যা সমাধানত চৰকাৰৰ গা এৰা মনোভাৱক দাঙি ধৰিছে।” আনহাতে সুৰা বিপণীত চুলাই মদ বিক্ৰীৰ অনুমতি দি চৰকাৰে যুৱ প্রজন্মক ধ্বংসৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে।

লগতে পঢ়কঃ পুনৰ কেণা! ফাদিল হৈছিল অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd