• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

SEBAৰ ল’ৰা ধেমালি! প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি ক’লে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 12:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে। ড০ গোহাঁইয়ে প্ৰেৰণ কৰা প্ৰতিক্ৰিয়াৰ সম্পূৰ্ণ পাঠ পাঠকৰ বাবে আগবঢ়োৱা হ’ল:-   

সংগ্ৰামৰ আহ্বান

বন্ধুসকল,

Apply Now

মেট্ৰিক পৰীক্ষাক লৈ SEBAৰ অভূতপূৰ্ব আৰু অতি নিষ্ঠুৰ ল’ৰা-ধেমালিয়ে জাননী দিছে যে এইটো কেৱল অকৰ্মণ্যতাৰ লক্ষণ নহয়। এই চৰম দায়িত্বহীনতাৰ আঁৰত আছে SEBAৰ লগতে অসমৰ অসমীয়া মাধ্যমৰ শিক্ষাব্যৱস্থা উৎখাত কৰাৰ পৰিকল্পনা।

অসমৰ মধ্যবিত্ত চামৰ প্ৰভাৱশালী অংশৰ বেইমানী সত্বেও দুখীয়া অসমীয়া আৰু এচাম দায়বদ্ধ দেশপ্ৰেমিক মধ্যবিত্তৰ ঐকান্তিক  যত্নৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত অসমীয়া মাধ্যম টিকি আছে।তাকো শেষ কৰিবলৈ একেবাৰে তলৰ

শ্ৰেণীৰ পৰা ইংৰাজীত গণিত,বিজ্ঞান শিকোৱাৰ অজগৌ সিদ্ধান্ত কৰিছে অসম-বিৰোধী ‘থলুৱা’ চৰকাৰটোৱে। উদ্দেশ্য এই বিদ্যালয়বোৰত পয়মাল সৃষ্টি কৰা।মেট্ৰিক পৰীক্ষাত চৰম খেলিমেলি লগোৱাৰ কাৰণো এয়াই।এই কাৰণেই  SEBAৰ অধ্যক্ষ ৰূপে আচৰিত ধৰণে অসমৰ প্ৰতি কোনো মমতা নথকা বাহিৰা বিষয়াক নিযুক্তি দিয়া হৈছিল।

জোৰ পুৰি হাত পাইছে। আৰু বহি থকাৰ সময় নাই। ছাত্ৰসন্থাই চৰকাৰক বচাবলৈ পুনৰ বাগাড়ম্বৰ নকৰে যেন। একো কৰাৰ ইচ্ছা নাই যদি ঘৰতে বহি থাকক।

ৰাইজেই SEBAক বচাওক, অসমীয়া মাধ্যম আৰু অসমীয়া জাতিক বচাবলৈ ঘৰৰ আৰাম এৰি ওলাই আহি আন্দোলন কৰক।

আমি অসমীয়া অন্যায়ৰ বলি হলে কন্দা-কটা, চিঞৰ-বাখৰ,গালি-শপনি পাৰি শেষত ভাগৰি আকৌ ঘৰত সোমাওঁ, আকৌ নিৰ্মম দমনকাৰীৰ আন এক অত্যাচাৰৰ বলি হবলৈ।

এনে ভুল আৰু কিমান কৰিব?

বাটলৈ ওলাই আহক, সংগঠিত হওক, বজ্ৰকণ্ঠে দাবী কৰক:

SEBAৰ অধ্যক্ষ, সচিবক তৎক্ষণাত বিদায় দিয়ক।

পৰীক্ষা-নিয়ন্ত্ৰকক জেৰা কৰি উলিয়াওক কাৰ দোষত এনে বিপৰ্যয় হ’ল, আৰু দোষীক শাস্তি বিহক।

সৎ,কোনো চৰকাৰৰ গোলাম নোহোৱা অসমীয়া দায়িত্বশীল বিষয়াক অধ্যক্ষ, সচিব পাতক।

SEBAক জীয়াই থাকিবলৈ দিব বুলি চৰকাৰৰ মুৰব্বীয়ে কাণত ধৰি শপত খাওক।

ইতি।

হীৰেন গোহাঁই।

(দিল্লীৰ পৰা)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd