• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 7, 2022 6:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহ এজনেই তথা কন্ঠও একেটাই; বিত্ত মন্ত্ৰী হৈ থকা সময় বনাম মুখ্যমন্ত্ৰী হৈ থকা সময়। পাৰ্থক্য ক’ত সেয়া জানিবলৈ সম্পূৰ্ণকৈ পঢ়িব লাগিব এই প্ৰতিবেদন।

প্ৰাথমিক শিক্ষা প্ৰসাৰৰ বাবে ২০১৭ চনত লোৱা এটা সিদ্ধান্তৰ ক্ষেত্ৰত এতিয়া ওলোটা খৰ মাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

“মুখ্যমন্ত্ৰী কথাৰ মানুহ নে কামৰ মানুহ?” এই প্ৰশ্নৰ অৱতাৰণা এইবাবেই কৰিছো কিয়নো সেয়া আছিল ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰী। পুৱা ১০:৩০ বজাৰ পৰা সদনত পুৰ্ণাংগ বাজেট দাখিল কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। য’ত মুখ্যমন্ত্ৰীয়ে নিজেই স্পষ্ট কৰিছিল যে প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নয়নৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যাৰ জৰিয়তে এখন আইন আনি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ স্থানীয় ভাষাক গুৰুত্ব প্ৰদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তেতিয়া বিত্ত মন্ত্ৰী হৈ থকা সময়ৰ এইখন ২০১৭-১৮ বৰ্ষৰ বাজেটত কি লিখিছিল ড০ হিমন্ত বিশ্ব শৰ্মাই? ভালদৰে মন কৰক বাজেটখনৰ ৫৭ নম্বৰ পৃষ্ঠাত লিখা আছে আনুষ্ঠানিক শিক্ষা গ্ৰহনত স্থানীয় ভাষা বা মাতৃভাষা ব্যৱহাৰৰ ক্ষেত্ৰত বহু চিন্তাচৰ্চা কৰা হৈছে । আনহাতে গৱেষনাৰ তথ্যই আজি স্পষ্ট কৰি দিছে যে মাতৃভাষাৰ জৰিয়তে গ্ৰহন কৰা শিক্ষাহে ফলপ্ৰসু শিক্ষা । আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষনৰ বেলিকাও মাতৃভাষা ব্যৱহাৰৰ গুৰুত্ব অপৰিসীম । সেয়েহে আমাৰ ৰাজ্যখনৰ ৰাজহুৱা ; চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়তে অষ্টম শ্ৰেনী পৰ্যন্ত সকলো ছাত্ৰ-ছাত্ৰীয়ে স্থানীয় ভাষা বাধ্যতামূলক শিকাতো নিশ্চিত কৰিবলৈ এক বিধেয়ক উত্থাপন কৰিবলৈ বিচৰা হৈছে।

কিন্তু এতিয়া স্বাভাৱিকতে প্ৰশ্ন হৈছে “কাৰ চাপত নিজৰ এই স্থিতি সলালে ড০ শৰ্মাই?
ওলোটা খৰ মৰাত ড০ ৰ শৰ্মাৰ আছে অন্য এক নাম ;তাৰেই বহিঃ প্ৰকাশ কেবিনেটৰ এটা সিদ্ধান্ত?
শিক্ষা ব্যৱস্থাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোৱা এটা সিদ্ধান্ত বিত্ত মন্ত্ৰী হিচাপে লোৱা সিদ্ধান্তৰ পৰিপন্থী। যিজন হিমন্ত বিশ্ব শৰ্মাই অষ্টম শ্ৰেণীলৈকে মাতৃভাষা বা স্থানীয় ভাষাক প্ৰধান্য দিয়াৰ কথা ঘোষণা কৰিছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে আকৌ ইংৰাজী ভাষাৰ মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় পাঠদান দিবলৈ ওলাইছে। কি কাৰণত ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত ল’ লে তাৰো কাৰণ বাখ্যা কৰিলে সততে নিজৰ স্থিতি সলোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সততে স্থিতি সলোৱা শৰ্মাৰ মতে সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাত অসমৰ ছাত্ৰ ছাত্ৰীয়ে ভাল প্ৰদৰ্শন দেখুৱাবৰ বাবেহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম অসমীয়া কৰিছে।

ৰাজ্য চৰকাৰে কেবিনেটৰ জৰিয়তে যি সিদ্ধান্ত ল’লে সেয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰো পৰিপন্থী । পূৰ্বতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দোহাই দি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ স্থানীয় বা মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ কথা কোৱা আৰু কেইবছৰমান পাছত কেবিনেটত লোৱা ওলোটা সিদ্ধান্ততে পৰিস্ফুত এজন ব্যক্তিৰ স্ব-বিৰোধী স্থিতি।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm
লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

August 28, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd