• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতবৰ্ষৰ এই অঞ্চলৰ লোকসকলে খায় শিল! কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2020 8:24 pm
brenda-eat-white-dirt
538
VIEWS
Share on FacebookShare on Twitter

ভাতৰ গৰাহত শিল এটা পালেই আমাৰ কেনে লাগে বাৰু?

শিল কিবাকৈ ভাতৰ সৈতে চোবাই  গিলি দিলে  মনলৈ কিমান যে চিন্তা আহে!

কিন্তু ভাৰতৰ এটা অঞ্চলৰ লোকসকলে শিল খাওঁ বুলিয়েই খায়।শিল খোৱা লোক থকা এই অঞ্চলটো আছে হিমাচল প্ৰদেশ।

হিমাচল প্ৰদেশৰ স্পিটি নামৰ পাহাৰে ঘেৰি ৰখা বিতোপন অঞ্চলটোৰ লোকসকলে বছৰ বছৰ ধৰি শিল খাই আহিছে।

শিল খালে গেষ্ট্ৰিকৰ লগতে বৃক্কৰ পাথৰ আদি দূৰ হয় বুলি এই অঞ্চলৰ লোকসকলে বিশ্বাস কৰি আহিছে।দৰাচলতে বৌদ্ধ ধৰ্মীলোকে বাস কৰা এই অঞ্চলটোত তিব্বতীয় চিকিৎসা পদ্ধতিৰ ব্যাপক প্ৰচলন আছে।

তিব্বতী চিকিৎসা পদ্ধতিত শিল খাই ৰোগৰ পৰা মুক্তি লাভ কৰা পদ্ধতিক  আমছি বুলি কোৱা হয়।  আমছি পদ্ধতিত Chug Jhi নামৰ এবিধ বিশেষ বগা বৰণৰ শিল গুড়ি কৰি ৰোগীক খাবলৈ দিয়া হয়।

Chug Jhi কেৱল স্পিটি অঞ্চলতহে পোৱা যায়।এই শিল আকৌ দুই ধৰণৰ আছে— Pho Chong আৰু  Mong Chong ।

ইয়াৰে প্ৰথম বিধ বিধ শিলক পুৰুষ শিল বুলি কোৱা হয়, দ্বিতীয় বিধক কোৱা হয় মহিলা শিল।

পুৰুষ ৰোগীৰ ক্ষেত্ৰত মহিলা শিল আৰু মহিলা ৰোগীৰ ক্ষেত্ৰত পুৰুষ শিল খাবলৈ দিয়া হয়।

এই শিল খালে পেটৰ আলচাৰো ভাল হয় বুলি অঞ্চলটোৰ বাসিন্দাসকলে কৈ আহিছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd