• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 7:38 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ কেইবাখনো ৰাজ্যত কম বয়সতে বিবাহৰ প্ৰৱণতা এতিয়াও আছে। কিন্তু আধুনিক জীৱনৰ প্ৰেক্ষাপটত বহুতে পেছাদাৰী প্ৰতিষ্ঠা আৰু মানসিক প্ৰস্তুতিৰ পিছতহে বিবাহপাশত আবদ্ধ হয়। অৱশ্যে মা-আইতাহঁতে এতিয়াও কৈ থাকে সোনকালে বিয়া পতা নহ’লে বহুত সমস্যা হ’ব পাৰে।

কিন্তু বহু বিশেষজ্ঞৰ মতে অলপ বেছি বয়সত পতা বিবাহৰ কিছু অসাধাৰণ উপকাৰিতাও আছে। চেণ্টাৰ ফৰ মেন্টেল হেল্থৰ মুখ্য ক্লিনিকেল চাইক’লজিষ্ট নুপুৰ ঢাকেফলকাৰে কয়, ‘বিবাহৰ বাবে প্ৰস্তুতিৰ অৰ্থ কেৱল প্ৰেমেই নহয়, ইয়াৰ লগত মানসিক স্থিতিশীলতা, আত্মসন্মান, প্ৰতিশ্ৰুতি আৰু ভৱিষ্যতৰ পৰিকল্পনাও জড়িত হৈ থাকে।’ কিন্তু কম বয়সতে নে অলপ বয়স হোৱাত বিয়া হ’ব, সেয়া সম্পূৰ্ণ দুজন প্ৰাপ্তবয়স্কৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে।

Apply Now

পলমকৈ বিয়া পাতিলে কি লাভ হয়?

• আৰ্থিক স্থিতিশীলতা লাভ

বয়স বৃদ্ধিৰ লগে লগে মানুহ নিজৰ কেৰিয়াৰত প্ৰতিষ্ঠিত হৈ উঠে। ফলত তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰে। ইয়াৰ ফলত সম্পৰ্ক আৰ্থিক চাপৰ পৰা মুক্ত হৈ থাকে আৰু বৈবাহিক জীৱন অধিক শান্তিপূৰ্ণ হয়।

• সম্পৰ্কৰ গভীৰতা বুজিব পৰা ক্ষমতা

কম বয়সত সম্পৰ্কবোৰ প্ৰায়ে আৱেগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, আনহাতে পৰিণত বয়সত মানুহে সম্পৰ্কক দায়িত্ব আৰু বুজাবুজিৰ ঠাইৰ পৰাই চায়। ইয়াৰ ফলত বিবাহিত জীৱনত দীৰ্ঘস্থায়ী মিলাপ্ৰীতিৰ সৃষ্টি হয়।

• নিজকে চিনি পোৱাৰ সুযোগ

দেৰিকৈ বিয়া কৰালে নিজৰ পছন্দ-অপছন্দ, জীৱনৰ মূল্যবোধ আৰু ভৱিষ্যতৰ পৰিকল্পনা ভালদৰে বুজিব পাৰি। এই আত্ম-অন্বেষণে এজনক উপযুক্ত জীৱন সংগী বাছি লোৱাত সহায় কৰে।

• আৱেগিক পৰিপক্কতা

বয়সৰ লগে লগে সংবেদনশীলতা আৰু ধৈৰ্য্য বাঢ়ি যায়। পলমকৈ বিয়া পতা ব্যক্তিয়ে সাধাৰণতে বিবাহিত জীৱনৰ প্ৰত্যাহ্বানসমূহ অধিক শান্ত আৰু যুক্তিসংগতভাৱে চম্ভালিব পাৰে। কাজিয়া কম হয়, বুজাবুজি বাঢ়ি যায়।

• পৰিয়াল আৰু কৰ্মজীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো সহজ

বয়সৰ লগে লগে দায়িত্ববোধো বাঢ়ি যায়। দেৰিকৈ বিয়া কৰাই এজন ব্যক্তিয়ে সময় ফলপ্ৰসূভাৱে পৰিচালনা কৰিব পাৰে, পৰিয়াল আৰু কৰ্মজীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd