• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 25, 2025 9:00 pm
93
VIEWS
Share on FacebookShare on Twitter

বহুতো লোকৰ মুখৰ ভিতৰত ছাল ছিগে। যাৰ ফলত পীড়াদায়ক ঘাঁৰ সৃষ্টি হয়। এনে ঘাঁক চিকিৎসাৰ ভাষাত মাউথ আলচাৰ বুলি কোৱা হয়। এনে ঘাঁৰ ফলত তীব্ৰ বিষ হোৱাৰ লগতে পানী খোৱা বা খাদ্য খোৱাত বৰ সমস্যাৰ সৃষ্টি হয়। গতিকে

জানো আহক  এই ঘাঁ হোৱাৰ কাৰণ –

১. পুষ্টিৰ অভাৱ : ভিটামিন বি১২, ফলিক এচিড, আইৰন বা জিংকৰ অভাৱত মুখত ঘাঁ হ’ব পাৰে।

২. হজমৰ সমস্যা : কোষ্ঠকাঠিন্য বা অম্লপিত্তৰ ফলত মুখৰ আলচাৰ হ’ব পাৰে।

৩. চাপ বা মানসিক উৎকণ্ঠা : অত্যধিক মানসিক চাপ বা উদ্বেগৰ কাৰণে মুখত ঘাঁ হোৱাৰ সম্ভাৱনা বাঢ়ে।

৪. মুখৰ আঘাত : দাঁত কামুৰ খালে বা টান খাদ্য চোবাওতে মুখৰ ঘাঁ হ’ব পাৰে।

৫. হৰম’নৰ পৰিৱৰ্তন : মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱ, গৰ্ভাৱস্থা বা হৰম’নৰ ভাৰসাম্যহীনতাৰ কাৰণে মুখত ঘাঁ হ’ব পাৰে।

৬. খাদ্যৰ এলাৰ্জি বা সংবেদনশীলতা : কিছুমান খাদ্য, যেনে মচলাযুক্ত খাদ্য, এচিডিক ফল বা এলাৰ্জি সৃষ্টিকাৰী খাদ্যৰ বাবে মুখত ঘাঁ হ’ব পাৰে।

৭. ৰোগ বা সংক্ৰমণ :    হাৰ্পিছ ভাইৰাছ বা অন্যান্য সংক্ৰমণৰ ফলত মুখত ঘাঁ হ’ব পাৰে। অটোইমিউন ৰোগ যেনে বেহচেট’ছ ডিজিজ বা ক্ৰ’ন’ছ ডিজিজৰ ফলতো মুখত ঘাঁ হ’ব পাৰে।

৮. মুখৰ কৰ্কট ৰোগ : দীৰ্ঘদিন ধৰি থকা ঘাঁ মুখৰ কৰ্কটৰ লক্ষণ হ’ব পাৰে।

৯. ঔষধৰ পাৰ্শ্বক্ৰিয়া : কিছুমান ঔষধ যেনে কেমোথেৰাপিৰ ঔষধ বা নন-ষ্টেৰয়ডেল এন্টি-ইনফ্লেমেটৰি ড্ৰাগছ (NSAIDs)ৰ বাবেও মুখৰ ভিতৰত ঘাঁ হ’ব পাৰে।

১০. ধূমপান বা তামোলৰ অভ্যাস : তামোল-পাণ বা ধূমপানৰ ফলত মুখৰ ছালৰ ক্ষতি হৈ ঘাঁ হ’ব পাৰে।

১১. দাঁতৰ সমস্যা : দাঁতৰ তীক্ষ্ণ ধাৰ বা অসমান দাঁতে মুখৰ ভিতৰৰ ছালত আঘাত কৰি ঘাঁৰ সৃষ্টি কৰিব পাৰে।

প্ৰতিৰোধ আৰু চিকিৎসা:

ক) পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক, বিশেষকৈ ভিটামিন বি, চি আৰু আইৰন সমৃদ্ধ খাদ্য খাওক।

 খ) মুখৰ পৰিচ্ছন্নতা বজাই ৰাখক।

গ) মচলাযুক্ত বা এচিডিক খাদ্য এৰাই চলক।

ঘ) প্ৰচুৰ পৰিমাণে পানী খাওক।

ঙ) ঘাঁ বেছি দিন থাকিলে বা বাৰে বাৰে হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

চ) প্ৰতিকাৰৰ ঘৰুৱা উপায় হিচাপে নিমখ পানীৰে মুখ ধোৱা, নাৰিকল তেল বা গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে।

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd