• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 25, 2025 9:00 pm
106
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতো লোকৰ মুখৰ ভিতৰত ছাল ছিগে। যাৰ ফলত পীড়াদায়ক ঘাঁৰ সৃষ্টি হয়। এনে ঘাঁক চিকিৎসাৰ ভাষাত মাউথ আলচাৰ বুলি কোৱা হয়। এনে ঘাঁৰ ফলত তীব্ৰ বিষ হোৱাৰ লগতে পানী খোৱা বা খাদ্য খোৱাত বৰ সমস্যাৰ সৃষ্টি হয়। গতিকে

জানো আহক  এই ঘাঁ হোৱাৰ কাৰণ –

১. পুষ্টিৰ অভাৱ : ভিটামিন বি১২, ফলিক এচিড, আইৰন বা জিংকৰ অভাৱত মুখত ঘাঁ হ’ব পাৰে।

Apply Now

২. হজমৰ সমস্যা : কোষ্ঠকাঠিন্য বা অম্লপিত্তৰ ফলত মুখৰ আলচাৰ হ’ব পাৰে।

৩. চাপ বা মানসিক উৎকণ্ঠা : অত্যধিক মানসিক চাপ বা উদ্বেগৰ কাৰণে মুখত ঘাঁ হোৱাৰ সম্ভাৱনা বাঢ়ে।

৪. মুখৰ আঘাত : দাঁত কামুৰ খালে বা টান খাদ্য চোবাওতে মুখৰ ঘাঁ হ’ব পাৰে।

৫. হৰম’নৰ পৰিৱৰ্তন : মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱ, গৰ্ভাৱস্থা বা হৰম’নৰ ভাৰসাম্যহীনতাৰ কাৰণে মুখত ঘাঁ হ’ব পাৰে।

৬. খাদ্যৰ এলাৰ্জি বা সংবেদনশীলতা : কিছুমান খাদ্য, যেনে মচলাযুক্ত খাদ্য, এচিডিক ফল বা এলাৰ্জি সৃষ্টিকাৰী খাদ্যৰ বাবে মুখত ঘাঁ হ’ব পাৰে।

৭. ৰোগ বা সংক্ৰমণ :    হাৰ্পিছ ভাইৰাছ বা অন্যান্য সংক্ৰমণৰ ফলত মুখত ঘাঁ হ’ব পাৰে। অটোইমিউন ৰোগ যেনে বেহচেট’ছ ডিজিজ বা ক্ৰ’ন’ছ ডিজিজৰ ফলতো মুখত ঘাঁ হ’ব পাৰে।

৮. মুখৰ কৰ্কট ৰোগ : দীৰ্ঘদিন ধৰি থকা ঘাঁ মুখৰ কৰ্কটৰ লক্ষণ হ’ব পাৰে।

৯. ঔষধৰ পাৰ্শ্বক্ৰিয়া : কিছুমান ঔষধ যেনে কেমোথেৰাপিৰ ঔষধ বা নন-ষ্টেৰয়ডেল এন্টি-ইনফ্লেমেটৰি ড্ৰাগছ (NSAIDs)ৰ বাবেও মুখৰ ভিতৰত ঘাঁ হ’ব পাৰে।

১০. ধূমপান বা তামোলৰ অভ্যাস : তামোল-পাণ বা ধূমপানৰ ফলত মুখৰ ছালৰ ক্ষতি হৈ ঘাঁ হ’ব পাৰে।

১১. দাঁতৰ সমস্যা : দাঁতৰ তীক্ষ্ণ ধাৰ বা অসমান দাঁতে মুখৰ ভিতৰৰ ছালত আঘাত কৰি ঘাঁৰ সৃষ্টি কৰিব পাৰে।

প্ৰতিৰোধ আৰু চিকিৎসা:

ক) পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক, বিশেষকৈ ভিটামিন বি, চি আৰু আইৰন সমৃদ্ধ খাদ্য খাওক।

 খ) মুখৰ পৰিচ্ছন্নতা বজাই ৰাখক।

গ) মচলাযুক্ত বা এচিডিক খাদ্য এৰাই চলক।

ঘ) প্ৰচুৰ পৰিমাণে পানী খাওক।

ঙ) ঘাঁ বেছি দিন থাকিলে বা বাৰে বাৰে হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

চ) প্ৰতিকাৰৰ ঘৰুৱা উপায় হিচাপে নিমখ পানীৰে মুখ ধোৱা, নাৰিকল তেল বা গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে।

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd